World_Polity
728 subscribers
184 photos
148 files
685 links
The Channel is all about to discuss Political Science & Competitive Exam related Syllabys & queries

Our websites -
https://www.worldpolity.com
https://www.assamgkgyan.com
Subscribe- https://www.youtube.com/c/WorldPolity
Download Telegram
🇮🇳 ২৬ জানুৱাৰী :: গণৰাজ্য দিৱস 🇮🇳

গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।

📖ভাৰতৰ সংবিধানখন Constituent Assembly of Indiaই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়।

👨🏻‍🎨প্ৰতিবছৰে গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে বিশ্বৰ কোনো ৰাষ্ট্ৰৰ মুৰব্বী গৰাকীক নিমন্ত্ৰণ কৰা হয়। ১৯৫০ চনৰ প্ৰথম গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি হিচাপে আছিল সেইসময়ৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ডঃ সুকাৰ্ণো । এইবছৰৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ'ল-ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল-চিচি (Abdel Fattah El-Sisi)

🇮🇳গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকাখন দণ্ডৰ ওপৰত মেৰিয়াই থোৱা অৱস্থাৰ পৰা মেলি (unfurl) দিয়া হয় । এই কাৰ্য ৰাষ্ট্ৰপতিয়ে ৰাজপথ তথা কৰ্তব্যপথত কৰে।

🛫"Flypast"--গণৰাজ্য দিৱস উদ্‌যাপনৰ এক অন্যতম আকৰ্ষণীয় কাৰ্যসূচী। ইয়াত ৪১ খন এয়াৰক্ৰাফ্‌টে (aircraft) অংশ লয় আৰু চমকপ্ৰদ কৌশল প্ৰদৰ্শন কৰে। এই কাৰ্যসূচী Western Air Command-য়ে নিয়ন্ত্ৰণ কৰে।

🇮🇳আমাৰ জাতীয় পতাকাৰ মাজত থকা অশোক চক্রৰ ২৪ ডাল দণ্ডই ২৪ টা ভাল গুণক প্ৰতিনিধিত্ব কৰে।

🇮🇳 সকলোলৈ গণতন্ত্র দিৱসৰ আন্তৰিক শুভেচ্ছা 🇮🇳
🎁Commission and Formation year

🎏 Public Servant Enquiry Act 1850

🎏 Indian Penal Code 1860

🎏 Special Police Establishment 1941

🎏 Delhi Police Establishment Act 1946

🎏 Planning Commission 1950

🎏 Election Commission 1950

🎏 Finance Commission 1951

🎏 Central Bureau of Investigation (CBI) 1963

🎏 Central Vigilance Commission (CVC) 1964

🎏 Central Civil Services Rules - 1964

🎏 Rail Services Rules 1966

🎏 All India Services Rules 1968

🎏 Prevention of Corruption Act 1988

🎏 Interstate Council 1990

🎏 National Women's Commission 1992

🎏 National Minorities Commission 1993

🎏 National Backward Classes Commission 1993

🎏 Human Rights Commission 1993

🎏 National Academy of Justice 1995

🎏 National Legal Services Authority (NALSA) 1995

🎏 National Scheduled Caste Commission 2004

🎏 National Scheduled Tribes Commission 2004

🎏 Central Information Commission 2005

🎏 National Child Rights Protection Commission 2007

🎏 Green Justice Tribunal 2010
🔔APSC CCE Prelims New Updated Notification 2022

• APSC Prelims & Mains Exam Syllabus 2022-23

👉Click Here -- https://cutt.ly/70BjF8B

Current Affairs PDF e-Book for Competitive Exam -

👉Click the link to Grab Your Copy -
https://cutt.ly/e2YF8mW

🔊Last Date of Online Submission :: 10th February 2023
🔔 Assam Prison Department Recruitment 2023 ::

• Posts Name :: Assistant Jailor

• Total Posts :: 32

• Pay Salary :: Rs. 14,000-60,500/-

• Online Apply Starting Date :: 07 January, 2023

• Online Apply Last Date :: 05 February, 2023

👉 Click Here :: https://cutt.ly/t2iX9Ay
🔔APSC CCE Prelims New Updated Notification 2022

• APSC Prelims & Mains Exam Syllabus 2022-23

👉Click Here -- https://cutt.ly/70BjF8B

Current Affairs PDF e-Book for Competitive Exam -

👉Click the link to Grab Your Copy -
https://cutt.ly/e2YF8mW

🔊Last Date of Online Submission :: 10th February 2023
DME Assam Recruitment 2023 –

• Total No of Post :: 2008

• Qualification :: Degree/HS/HSLC

• Start Date :: 7th February 2023

• Last Date :: 22nd February 2023
The first ever electric train in India ran on February 3, 1925, between Bombay VT and Kurla Harbour.

Events in the history
- It was on this day in 1925, the first EMU service with 4-cars was introduced from the then Bombay VT (now Chhatrapati Shivaji Maharaj Terminus Mumbai) and Coorla (now Kurla) via harbour line, with the first on Indian Railways.
- It was flagged off by the then-Bombay Governor Sir Leslie Wilson.
- Cammell Laird and Uerdingen Waggonfabrik(Wagon Factory) manufactured the locomotives for this train.
- The VT-Bandra section was electrified (with an elevated platform at Sandhurst Road), and the Oudh and Rohilkhand Railway was merged with the EIR.
- The first railway budget was presented in the same year.
- In 1926, the Kurla-Kalyan section was electrified with 1,500 V DC.
- Electrification to Poona and Igatpuri (both 1,500 V DC) over the Bhore and Thal Ghats was also completed.
- The Charbagh railway station in Lucknow was built in 1914.
- The Bandra-Virar section was electrified with 1,500 V DC in January 1928.
🔔 Assam Prison Department Recruitment 2023 ::

• Posts Name :: Assistant Jailor

• Total Posts :: 32

• Pay Salary :: Rs. 14,000-60,500/-

• Online Apply Starting Date :: 07 January, 2023

• Online Apply Last Date :: 05 February, 2023

👉 Click Here :: https://cutt.ly/t2iX9Ay
🔔Download DHS Assam Grade III Non-Technical Admit Card 2023 ::

Click Here ::
https://cetcell.net/DME_NON_TECH_ADMIT_CARD_2022/index.php?r
On 4th February, the historical Chauri Chaura incident occurred in 1922 at Gorakhpur (Uttar Pradesh).

What happened in history?
- On 2nd February 1922, under Non-cooperation Movement, a protest was being led by a retired Army soldier Bhagwan Ahir against high food prices and liquor sale.
- The protestors were beaten by the local police and several leaders were imprisoned at the Chauri Chaura police station.
- In response to this incident, around 2,000 to 2,500 protesters assembled at Chauri Chaura, Gorakhpur district of the United Province, British India (present-day Uttar Pradesh, India) and began marching towards the market on 4 February 1922.
- They picketed a liquor shop following which their leader was beaten and imprisoned.  
- A group of protestors gathered in front of the local police station, demanding the release of their leader while another group continued marching towards the market and raised anti-government slogans.
- In an attempt to disperse the protestors, the police fired shots in the air which worsened the situation as protestors began throwing stones at the police.
- The outnumbered police got back to the police station while the angry mob advanced and set the police station ablaze, killing all of its occupants.
- The incident resulted in the death of 22 policemen. 
- In view of this incident, Martial law was imposed by the British administration in and around the Chauri Chaura area.
- Raids were also conducted and hundreds of people were arrested in response to the killing of policemen. 
- Mahatma Gandhi, who was strictly against violence, halted the Non – cooperation Movement on the national level on 12 February 1922, as a direct result of this incident.
Most Important Topics for DHS, DME, DHSFW, Ayush Grade 3 Exam ::


❖ Inventions in the World - https://cutt.ly/zDJN8YZ


❖ Sports - https://cutt.ly/hG4ly0F


❖ Indian History - https://cutt.ly/LGXT4oH


❖ Assam History - https://cutt.ly/LbmG9Gh


❖ Famous Days & Dates - https://cutt.ly/pRvhQyh


❖ Famous Books & Authors - https://cutt.ly/0DctGVJ


❖ Indian Parliament - https://cutt.ly/sCs2Idb


❖ Indian Politics - https://cutt.ly/Entjn0N


❖ Indian Economy - https://cutt.ly/YFGUtjD


❖ Geography - https://cutt.ly/cbLQNEl


❖ Assam Culture & Literature - https://cutt.ly/XLAP0tH


❖ National Organisations & their Headquarters - https://cutt.ly/8li4OJs


❖ International Organizations and their Headquarters - https://cutt.ly/fHsFSDk


❖ Current Affairs (National and International) - https://cutt.ly/42ovZtx


❖ Important Facts - https://cutt.ly/gDa8bWv


❖ Awards and Honors - https://cutt.ly/8HqJNx6


❖ Inventions and Discoveries - https://cutt.ly/zDJN8YZ


❖ Renowned Writers of Assam - https://cutt.ly/3EfkIbM


❖ Awards and Honours of Assam - https://cutt.ly/TKxFUuB
Forwarded from World Polity
৫ ফেব্ৰুৱাৰী :: বীৰ চিলাৰায় দিৱস ::

চিলাৰায় বা বীৰ চিলাৰায় ৰ জন্ম হৈছিল ১৫১০ খ্ৰীষ্টাব্দত। প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ , মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ । চিলাৰায় নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল।। তেওঁ চিলাৰ দৰে যুদ্ধ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায় । চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল । তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল । 

Click Here to know more :: https://cutt.ly/cEgewuB
🔔Assam GK for DHS Exam 2023

Set 1 - https://cutt.ly/xZrDcrU

Set 2 - https://cutt.ly/9XkWrmG

Set 3 - https://cutt.ly/AXF5PYo
Most Important Topics for DHS, DME, DHSFW, Ayush Grade 3 Exam ::


❖ Inventions in the World - https://cutt.ly/zDJN8YZ


❖ Sports - https://cutt.ly/hG4ly0F


❖ Indian History - https://cutt.ly/LGXT4oH


❖ Assam History - https://cutt.ly/LbmG9Gh


❖ Famous Days & Dates - https://cutt.ly/pRvhQyh


❖ Famous Books & Authors - https://cutt.ly/0DctGVJ


❖ Indian Parliament - https://cutt.ly/sCs2Idb


❖ Indian Politics - https://cutt.ly/Entjn0N


❖ Indian Economy - https://cutt.ly/YFGUtjD


❖ Geography - https://cutt.ly/cbLQNEl


❖ Assam Culture & Literature - https://cutt.ly/XLAP0tH


❖ National Organisations & their Headquarters - https://cutt.ly/8li4OJs


❖ International Organizations and their Headquarters - https://cutt.ly/fHsFSDk


❖ Current Affairs (National and International) - https://cutt.ly/42ovZtx


❖ Important Facts - https://cutt.ly/gDa8bWv


❖ Awards and Honors - https://cutt.ly/8HqJNx6


❖ Inventions and Discoveries - https://cutt.ly/zDJN8YZ


❖ Renowned Writers of Assam - https://cutt.ly/3EfkIbM


❖ Awards and Honours of Assam - https://cutt.ly/TKxFUuB
🪙IMPORTANT ASSAMESE GK MCQ FOR DHS - গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞান, অসমীয়া কুইজ

১) নৰেন্দ্ৰ মোদী চৰকাৰে কোন তাৰিখে প্ৰচলিত ৫০০ আৰু ১০০০ টকীয় নোট বন্ধ কৰে ?
উত্তৰ – ৮/১১/২০১৬ তাৰিখে

২) তেজৰ গ্ৰুপ প্ৰধানকৈ কেই প্ৰকাৰৰ ?
উত্তৰ – ৪ প্ৰকাৰৰ

৩) বাহিৰৰ পৰা ক'লৈ আহিছিল আৰু প্ৰথমে থিতাপি লৈছিল?
উত্তৰ - পাঞ্জাৱ।

৪) ছিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰ – ১৯৭২ চনত

৫) কোনখন ঠাইক ভাৰতৰ হৃদয় বুলি কোৱা হয় ?
উত্তৰ – দিল্লী

৬) ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে কৰোনা প্ৰজিটিভ ৰোগী পোৱা গৈছে ?
উত্তৰ – কেৰেলা

৭) প্ৰথম সাধাৰণ নিৰ্বাচনত কোন দল জয়ী হৈছিল ?
উত্তৰ – কংগ্ৰেছ দল

৮) এজন সুস্থ মানুহৰ সাধাৰণ উষ্ণতা কিমান ?
উত্তৰ – ৯৮.৪ ডিগ্ৰী চেলচিয়াছ

৯) কেতিয়া ভাৰতৰ উচ্চতম ন‍্যায়ালয়ৰ বিবাদ মান ৰাম মন্দিৰ গোচৰ চুৰান্ত ৰায় দিয়ে ?
উত্তৰ – ৯ নৱেম্বৰ ২০১৯

১০) IPS- ৩০২ ধাৰাৰ অধীনত কি কাৰ্য্যৰ বিচাৰ হয় ?
উত্তৰ – হত্যা

১১) কোনখন গ্ৰন্থৰ আধাৰত সৰহ পাদক কামৰূপৰ ৰাঞ্জী (বৰ্তমান ৰাণী) অঞ্চলত উদ্ভৱ হোৱা বুলি কোৱা হয় ?
উত্তৰ – PAG SAM JON

১২) সংবিধানৰ কিমান নং অনুচ্ছেদ মতে ৰাজ্যৰ উচ্চ ন‍্যায়ালয়ৰ গঠন হয় ?
উত্তৰ – ২১৪ অনুচ্ছেদ

১৩) ১৮৫৭ চনৰ বিপ্লৱক কোনে সামন্ত বিপ্লৱ আখ্যা দিছিল ?
উত্তৰ – জৱাহৰলাল নেহৰু

১৪) উচ্চ ন‍্যায়ালয়ৰ ন‍্যায়াধীশ অৱসৰ বয়স হৈছে ?
উত্তৰ – ৬২ বছৰ

১৫) "দলনি বিল" কোন জিলাত অৱস্থিত ?
উত্তৰ – বঙাইগাও

১৬) ক্রিকেট খেলৰ জন্ম ক'ত হৈছিল ?
উত্তৰ – ইংলেণ্ড

১৭) কোনটো খেলৰ দ্বিতীয় নাম হৈছে ছছাৰ?
উত্তৰ- ফুটবল।

১৮) 'সুৰুযমুখীৰ স্বপ্ন' উপন্যাস খনৰ লেখক কোন ?
উত্তৰ – চৈয়দ আব্দুল মালিক

১৯) প্ৰাকৃতিক গেছৰ মূল উপাদান কি ?
উত্তৰ – মিথেন

২০) ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমানখন ?
উত্তৰ – ১৯৩ খন

২১) কোনখন গ্ৰন্থৰ বিখ্যাত গায়ত্ৰী মন্ত্ৰ?
উত্তৰ- ৰিগবেদ।

২২) অৰুণাচল প্ৰদেশত কোনখন নদীক 'কামেং' নামেৰে জনা যায় ?
উত্তৰ – জীয়া ভৰালী

২৩) শৰীৰৰ সকলো কাম-কাজ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ?
উত্তৰ – স্নায়ুতন্ত্ৰ

২৪) জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড ক'ত হৈছিল ?
উত্তৰ – অমৃতসৰ

২৫) কোনখন গ্ৰন্থৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ?
উত্তৰ- মামৰে ধৰা তৰোৱাল ৷

২৬) কোনটো দশকক ভয়ংকৰ দশক বুলি কোৱা হয় ?
উত্তৰ – ১৯৬০ ৰ দশক

২৭) গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল ?
উত্তৰ – লুম্বিনী

২৮) সংবিধানৰ বাখ্যাকৰ্তা কোন ?
উত্তৰ – উচ্চতম ন‍্যায়ালয়

২৯) ফিল্ম ফেয়াৰ বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া কোন ?
উত্তৰ – বিজয় চৌধুৰী

৩০) কোনখন দেশত এক নাগৰিকত্ব আছে ?
উত্তৰ – ভাৰত

৩১) অৰ্থ বিল কোনখন সদনত উত্থাপন কৰিব পাৰি ?
উত্তৰ – নিম্ন সদন

৩২) ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন স্বাধীনতাৰ পিছত কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তৰ – ১৯৫২ চনত

৩৩) কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ অৱস্থাটোৰ নাম কি ?
উত্তৰ – হীৰা

৩৪) নেহৰু প্ৰতিবেদন কিমান চনত আহ্বান কৰা হৈছিল ?
উত্তৰ – ১৯২৮ চনত

৩৫) অৰুণাচল প্ৰদেশ কিমান চনত গঠন হয় ?
উত্তৰ – ১৯৮৭ চনত ।

৩৬) মহম্মদ বিদ টোগলগ কিহত বিখ্যাত আছিল ?
উত্তৰ – সুন্দৰ হাতৰ আখৰ লিখা

৩৭) ২০০২ চনত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল ?
উত্তৰ – এ.পি.জে আব্দুল কালাম

৩৮) ৰাজহ বিধেয়ক কেইপ্ৰকাৰৰ ?
উত্তৰ – দুই প্ৰকাৰৰ

৩৯) ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত ?
উত্তৰ – নিউয়ৰ্ক

৪০) অধ্যাদেশ কোনে জাৰি কৰিব পাৰে ?
উত্তৰ – ৰাষ্ট্ৰপতি

৪১) ইংৰাজৰ বিৰুদ্ধে যুজঁ দিয়া প্রথমজন অসমীয়া কোন আছিল ?
উত্তৰ – গোমধৰ কোঁৱৰ

৪২) অসমত আহোম ৰাজত্ব কেতিয়াৰ পৰা আৰম্ভ হয় ?
উত্তৰ – ১২২৮ খ্ৰীঃ

৪৩) ভাৰতৰ কেইখন অংগ ৰাজ্য আছে ?
উত্তৰ – ২৮ খন

৪৪) মামনি ৰয়চম গোস্বামীৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ – ১৯৪২ চনত

৪৫) ভাৰতৰ আটাইতকৈ পুৰণি যুটীয়া ষ্টক বেংক কোনটো?
উত্তৰ – এলাহাবাদ বেংক (২৪এপ্ৰিল, ১৮৬৫) (Allahabad Bank (24 April, 1865)

৪৬) স্বাধীনতা সংগ্ৰামী ড০ ভোগাৰাজু পট্টাভি সীতাৰামায়ৰ দ্বাৰা স্থাপিত বেংক টো কোনটো?
উত্তৰ – অন্ধ্ৰ বেংক (২৮ নৱেম্বৰ, ১৯২৩) Andhra Bank (28 November, 1923)

৪৭) বিদেশত শাখা খোলা ভাৰতৰ প্ৰথম বেংক কোনটো?
উত্তৰ – বেংক অফ ইণ্ডিয়া, লণ্ডন, (১৯৪৬) Bank of India, London, (1946)

৪৮) প্ৰথম বেঙ্ক যাৰ শাখাই আইএছঅ' 9002 প্ৰমাণপত্ৰ লাভ কৰিছে?
উত্তৰ – কানাৰা বেঙ্ক (১ জুলাই, ১৯০৬) Canara Bank (1 July, 1906)

৪৯) ২০১১ চনত কোনটো বেঙ্কৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত, ডাক বিভাগে এটা স্মাৰক ডাক টিকট জাৰী কৰিছে?
উত্তৰ – ছেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া (২১ডিচেম্বৰ, ১৯১১) Central Bank of India (21 December, 1911)

৫০) লালা লাজপত ৰায়ৰ প্ৰচেষ্টাত কোনটো বেংক গঠন কৰা হৈছে?
উত্তৰ – পাঞ্জাৱ নেচনেল বেংক (১৯ মে, ১৮৯৪) Punjab National Bank (19 May, 1894)
৫১) ১৯১৯ চনত মহাত্মা গান্ধীয়ে কোনটো বেংক উদ্বোধন কৰিছিল?
উত্তৰ – ইউনিয়ন বেংক অফ ইণ্ডিয়া (১১ নৱেম্বৰ, ১৯১৯) Union Bank of India (11 November, 1919)

৫২) ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ বেংক?
উত্তৰ – পাঞ্জাৱ নেচনেল বেংক (১৯ মে, ১৮৯৪) Punjab National Bank (19 May, 1894)

৫৩) এ. টি. এম (ATM) ৰ সম্পূৰ্ণ সম্প্ৰসাৰণ নাম কি?
উত্তৰ – Automatic Teller Machine (ATM)

৫৪) শ্বৰ্ট কৰ্ণাৰ, টাই ব্ৰেকাৰ আৰু পেনাল্টি ষ্ট্ৰোক কি খেলৰ সৈতে সম্পৰ্কিত ?
উত্তৰ- হকী।

৫৫) কিমান বছৰৰ ব্যৱধানত অলিম্পিক গেমছ অনুষ্ঠিত কৰা হয়?
উত্তৰ- ৪ বছৰ।

৫৬) ইডেন গাৰ্ডেন ষ্টেডিয়ামত ভাৰতৰ ক'ত অৱস্থিত?
উত্তৰ- কলকাতা ।

৫৭) দেওধৰ ট্ৰফী কোনটো খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ- ক্ৰিকেট।

৫৮) পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগ মহাসাগৰত আছে?
উত্তৰ- ৯৭ ভাগ।

৫৯) ব্ৰেষ্ট ষ্ট্ৰোক কোনটো খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ- সাঁতোৰ।

৬০) কোন বছৰত প্ৰথম অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল ?
উত্তৰ- ১৮৯৬ চন (এথেন্স, গ্ৰীচ)।

৬১) কমনৱেলথ গেমছত প্ৰথম পদক বিজয়ী ভাৰতীয় কোন আছিল?
উত্তৰ- ৰছিদ আনৱাৰ।

৬২) নৰ বলি প্ৰথাৰ সমাপ্তি কোন জন গভৰ্ণৰৰ কাৰ্যকালত ঘটিছিল ?
উত্তৰ- লৰ্ড ডেলহাউছি।

৬৩) কোনটো গুৰুত্বপূৰ্ণ ঘটনাৰ পিছত ভাৰতত ব্ৰিটিছ লুণ্ঠন আৰম্ভ হৈছিল?
উত্তৰ- পলাশীৰ যুদ্ধৰ পিছত।

৬৪) কোনে ভাৰতত প্ৰথম ৰেলপথ স্থাপন কৰিছিল
উত্তৰ- জৰ্জ ক্লাৰ্ক ।

৬৫) কোনখন গ্ৰন্থৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ?
উত্তৰ- মামৰে ধৰা তৰোৱাল ৷

৬৬) অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ কোন?
উত্তৰ - কৰ্ণম মল্লেশ্বৰী।

৬৭) জোনাকীৰ কাকতৰ প্ৰথম সম্পাদক কোন আছিল ?
উত্তৰ- - চন্দ্ৰকুমাৰ আগৰৱালা ৷

৬৮) ২০০৭ ক্ৰিকেট বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হৈছিল?
উত্তৰ- ৱেষ্ট ইণ্ডিজ ।

৬৯) ভাৰতত ফেডাৰেচন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ- ফুটবল ।

৭০) কোনটো খেলৰ দ্বিতীয় নাম হৈছে ছছাৰ?
উত্তৰ- ফুটবল।
🔔First in Assam First Assamese ::

Part 1 - https://youtu.be/s-RqjxocEts

Part 2 - https://youtu.be/6_Kk9z8UaYM

Part 3 - https://youtu.be/5-kylj-sTyw