www.ourworldisonline.com
788 subscribers
14 photos
1 video
1 file
23 links
get every Jobs information of Assam
Download Telegram
কোনে বিশ্বত সৰ্বপ্ৰথমে যুদ্ধক্ষেত্ৰত ৰকেট ব্যৱহাৰ কৰিছিল ?
Anonymous Quiz
26%
(ক) বৰাট ক্লাইব
29%
(খ) টিপু চুলতান
39%
(গ) হিটলাৰ
5%
(ঘ) মুছুলিনি
প্রশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
Anonymous Quiz
22%
ক) ৫৪ গ্ৰাম
51%
খ) ৩২ গ্ৰাম
17%
গ) ৩০ গ্ৰাম
11%
ঘ) ৪৪ গ্ৰাম
তলৰ কোনটো ভাষাক অলপতে অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে ঘোষনা কৰা হৈছে-
Anonymous Quiz
80%
(ক) বড়ো
12%
(খ) সংস্কৃত
4%
(গ) কাৰ্বি
4%
(ঘ) মিচিং
আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
Anonymous Quiz
25%
[ক] নিউয়ৰ্ক
31%
[খ] ৱাশ্বিংটন, ডি চি
38%
[গ] জেনেভা
6%
[ঘ] বাৰ্ন
2018 চনৰ বিশ্বকাপ ফুটবল FIFA World Cup কোন দেশত অনুষ্ঠিত হৈছিল ?
Anonymous Quiz
14%
(ক) মেক্সিক
53%
(খ) ব্রাজিল
27%
(গ) ৰুছ দেশ
6%
(ঘ) কোৰিয়া
ত্ৰিপুৰাত আনাৰসৰ কোনবিধ প্রজাতি ৰাজ্যিক ফল বুলি ঘোষিত হৈছে?
Anonymous Quiz
16%
(ক) জন ধূপ
30%
(খ) চালট
39%
(গ) কুইন
15%
(ঘ) কিউ
অলপতে প্রকাশ কৰা ফিস ৰেটিং ৰিপর্ট গ্ল’বেল ইকনমিক আউটলুক'ৰ মতে (Fitch Ratings Report) ভাৰতৰ আর্থিক বিকাশে সব কিমান হ'ব?
Anonymous Quiz
19%
ক) ৭.৫%
48%
খ) ৭.৩%
26%
গ) ৭.৪%
7%
ঘ) ৭.৬%
কোনখন চহৰত প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ (আই টি ইউ) আৰু উদ্ভাৱনৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰিছিল?
Anonymous Quiz
15%
(ক) মুম্বাই
49%
(খ) বেংগালুৰু
22%
(গ) নতুন দিল্লী
13%
(ঘ) চণ্ডীগড়
শেহতীয়াকৈ কফিহাউচ কোম্পানী (Starbucks) ষ্টাৰবাকছৰ চিইঅ’ৰ (CEO) দায়িত্ব কোনে গ্ৰহণ কৰিছে?
Anonymous Quiz
30%
(ক) লক্ষ্মণ নৰসিংহন
37%
(খ) অজয় সিনহা
26%
(গ) হাৱাৰ্ড শ্বাল্টজ
7%
(ঘ) ডেভিদ হাৱাৰ্ড
কোনে ২৮ নং একাউণ্টৰ মহানিয়ন্ত্ৰক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে?
Anonymous Quiz
27%
ক) সোম ৰয় বৰ্মন
38%
খ) এছ এছ ডুবে
28%
গ) অশ্বিনী বৈষ্ণৱ
8%
ঘ) সুমিত ত্যাগী
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে বিত্তীয় সংকটত আক্ৰান্ত শ্ৰীলংকালৈ কিমান বিলিয়ন ডলাৰৰ বেইলআউট পেকেজ ডেলিভাৰী কৰিলে?
Anonymous Quiz
20%
(ক) ১ বিলিয়ন
37%
(খ) ২ বিলিয়ন
38%
(গ) ৩ বিলিয়ন
5%
(ঘ) ৪ বিলিয়ন
আন্তৰ্জাতিক ক্ৰিকেটত ১০০ খন টেষ্ট মেচ খেলা ভাৰতৰ পৰা ১৩ সংখ্যক খেলুৱৈ কোন হ'ল?
Anonymous Quiz
15%
(ক) কে এল ৰাহুল
52%
(খ) ৰোহিত শৰ্মা
8%
(গ) জস্প্ৰিত বুমৰাহ
24%
(ঘ) চেতেশ্বৰ পূজাৰা
শেহতীয়াকৈ ইউআইডিএআইয়ে (UIDAI) প্ৰৱৰ্তন কৰা নতুন এআই চেটবটৰ (Chat bot) নাম কি?
Anonymous Quiz
24%
(ক) ‘আধাৰ সহযোগী’।
51%
(খ) আধাৰ মিত্ৰ
21%
(গ) ‘আধাৰ সাথী’।
4%
(ঘ) ‘আধাৰ সহায়’।