Education For Assam YouTube
4.06K subscribers
14 photos
132 files
324 links
Download Telegram
ADRE Exam apuni dibone ?
Anonymous Poll
85%
Yes (ADRE Dim)
15%
No
GK For ADRE 2.0
GENERAL KNOWLEDGE CLASS-8

50 GK Questions in Assamese -
❦ ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল ?
❦ কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল ?
❦ পাঞ্জাৱী ভাষাৰ লিপি কোনটো ?
❦ ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দু কোনটো ?
❦ ভাৰতত সূৰ্য প্ৰথমে কোন খন ৰাজ্যত উদ্ভৱ হয় ?
❦ কোনটো ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয় ?
❦ বিহু কোন খন ৰাজ্যৰ বিখ্যাত উৎসৱ ?
❦ আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ?
❦ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ?
❦ কোনখন দেশত কাকত আৱিষ্কাৰ কৰা হৈছিল ?
❦ গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল ?
❦ ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন ?
শেহতীয়াকৈ কোনটো ৰাজ্যিক সচিবালয় ভাৰতৰ প্ৰথম সেউজ ৰাজ্য চৰকাৰৰ মুখ্য কাৰ্যালয় হিচাপে ঘোষণা কৰা হৈছে ?
Anonymous Quiz
40%
অসম
37%
অৰুণাচল প্ৰদেশ
12%
নতুন দিল্লী
10%
হাৰিয়ানা