Anmol ASUK
1.02K subscribers
1 photo
2 links
APSC, TET, Assam Police, OIL, Railway, SSC, All Defence Exam ৰ লগতে সকলো প্ৰকাৰৰ Grade III-IV বিভাগৰ লিখিত পৰীক্ষাত সহায় হোৱাকৈ নিতৌ নতুন কিবা এটা শিকিবলৈ আমাৰ টেলিগ্ৰামত Join হওঁক। লগতে বন্ধু-বান্ধৱীসকলকো আমাৰ টেলিগ্ৰাম চেনেলটিলৈ আমন্ত্ৰণ কৰক, ধন্যবাদ!
Download Telegram
শৰাইঘাট যুদ্ধ কোন চনত হৈছিল?
Anonymous Quiz
73%
1671
14%
1672
10%
1662
3%
1670
22🔥6👍2
বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে?
Anonymous Quiz
39%
আহোম
27%
লেটিন
25%
গ্রীক
8%
বার্মা
10👍2
আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
Anonymous Quiz
14%
প্রায় 650
5%
প্রায় 590
6%
প্রায় 660
75%
প্রায় 600
👍87
Anmol ASUK
Most Important Questions and Answers eBook For All Assam Competitive Exams. Download PDF Link 👉👇👇👇👇👇👇👇👇👇👇👇👇 https://rpy.club/lm/5483auGnDY https://rpy.club/lm/5483auGnDY
যিসকলে এই প্ৰয়োজনীয় PDF টো Download কৰা নাই, সেই সকলে অতি সোনকালে Download কৰি পঢ়িবলৈ আৰম্ভ কৰিব লাগে!🙏📚
👍147
ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল?
Anonymous Quiz
56%
ব্রহ্মদেশত
10%
চীনত
32%
ভাৰতত
2%
পাকিস্তানত
24👍7
বান ৰজাৰ জীয়েকৰ নাম কি আছিল?
Anonymous Quiz
86%
ঊষা
8%
চিত্রলেখা
5%
ৰুক্মিণী
1%
ৰাধা
25👍10🔥1
শৰাইঘাট যুদ্ধ কোন চনত হৈছিল?
Anonymous Quiz
75%
1671
14%
1672
9%
1662
2%
1670
👍2213🔥8
কিছুমান মহান কামৰ লগত জড়িত ব্যক্তি।

১/ ব্ৰহ্ম সমাজ – ৰাজাৰাম মোহন ৰায়

২) আৰ্য সমাজ – স্বামী দয়ানন্দ সৰস্বতী

৩/ প্ৰাৰ্থনা সমিতি – আত্মৰাম পাণ্ডুৰাং

৪) দীন-ই-ইলাহি, মনসাবদাৰী ব্যৱস্থা – আকবৰ

৫/ ভক্তি আন্দোলন – ৰামানুজা

৬) শিখ ধৰ্ম – গুৰু নানক

৭) বৌদ্ধ ধৰ্ম – গৌতম বুদ্ধ

৮) জৈন ধৰ্ম – মহাবীৰ স্বামী

৯) ইছলাম ধৰ্ম প্ৰতিষ্ঠা, হিজৰী সংভাত - হজৰত মহম্মদ চাহাব

১০) জৰদস্তি ধৰ্মৰ প্ৰতিষ্ঠাপক – জাৰ্থুষ্ট

১১) সকা যুগ – কনিষ্ক

১২) মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক – চন্দ্ৰগুপ্ত মৌৰ্য

১৩) ন্যায় দৰ্শন – গৌতম

১৪) বৈশেশিক দৰ্শন – মহৰ্ষি কানাদ

১৫) সাংখ্যা দৰ্শন – মহৰ্ষি কপিল

১৬) যোগ দৰ্শন – মহৰ্ষি পতঞ্জলি

১৭) মিমমসা দৰ্শন – মহৰ্ষি জৈমিনী

১৮) ৰামকৃষ্ণ মিছন – স্বামী বিবেকানন্দ

১৯) গুপ্ত বংশৰ প্ৰতিষ্ঠাপক – শ্ৰীগুপ্ত

২০) খালছা পন্থ – গুৰু গোবিন্দ সিং

২১) মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা – বাবৰ

২২) বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠা – হৰিহাৰা আৰু বুক্কা

২৩) দিল্লী চুলতানিত প্ৰতিষ্ঠা – কুতুবুদ্দিন আইবাক

২৪) সতী প্ৰথাৰ অন্ত - লৰ্ড উইলিয়াম বেন্টিংক

২৫) আন্দোলনঃ অসহযোগ, নাগৰিক অবাধ্যতা, খেদা, চম্পাৰণ, নিমখ, ভাৰত ত্যাগ – মহাত্মা গান্ধী

২৬) হৰিজন সংঘৰ প্ৰতিষ্ঠা – মহাত্মা গান্ধী

২৭) আজাদ হিন্দ ফৌজ – ৰাস বিহাৰী বসুৰ প্ৰতিষ্ঠা

২৮) ভূডান আন্দোলন – আচাৰ্য বিনোবা ভাবে

২৯) ৰেড ক্ৰছ – হেনৰী ডুনাণ্ট

৩০) স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা – পণ্ডিত মোটিলাল নেহৰু

৩১) গদৰ পাৰ্টি প্ৰতিষ্ঠা – লালা হৰদয়াল

৩২) 'বন্দে মাতৰম'ৰ সাহিত্যিক - বংকিমচন্দ্ৰ চেটাৰ্জী

৩৩) সোণালী মন্দিৰ নিৰ্মাণ – গুৰু অৰ্জুন দেৱ

৩৪) বৰদলৈ আন্দোলন – বল্লভভাই পেটেল

৩৫) পাকিস্তান প্ৰতিষ্ঠা - ম. আলী জিন্না

৩৬) ইণ্ডিয়ান এছ’চিয়েচন প্ৰতিষ্ঠা – সুৰেন্দ্ৰ নাথ বেনাৰ্জী

৩৭) অৰুভিল আশ্ৰম প্ৰতিষ্ঠা - অৰবিন্দ ঘোষ

৩৮) ৰাছিয়ান বিপ্লৱৰ পিতৃ – লেনিন

৩৯) জামা মছজিদ নিৰ্মাণ – শ্বাহজাহান

৪০) বিশ্ব ভাৰতীৰ প্ৰতিষ্ঠা – ৰবীন্দ্ৰনাথ ঠাকুৰ

৪১) দাসত্ব বিলুপ্ত – আব্ৰাহাম লিংকন

৪২) চিপকো আন্দোলন – সুন্দৰ লাল বহুগুণা

৪৩) বেংকৰ ৰাষ্ট্ৰীয়কৰণ – ইন্দিৰা গান্ধী

৪৪) সৰ্বভাৰতীয় মহিলা সন্মিলন প্ৰতিষ্ঠা – শ্ৰীমতী। কমলা দেৱী

৪৫) ভাৰতীয় কমিউনিষ্ট পাৰ্টি প্ৰতিষ্ঠা – এম এন ৰয়

৪৬) ৰাষ্ট্ৰীয় সন্মিলন স্থাপন – শ্বেখ আব্দুল্লা

৪৭) সংস্কৃত ব্যাকৰণৰ পিতৃ – পাণিনি

৪৮) শিখ ৰাজ্য প্ৰতিষ্ঠা – মহাৰাজ ৰঞ্জিত সিং

নিতৌ এনেধৰণৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ পাবলৈ Join হয় লওঁক...👉👇👇👇

@educationforassam
👍2412
11
অসমৰ প্রথম ভ্রাম্যমাণ থিয়েটাৰ খনৰ নাম কি?
Anonymous Quiz
13%
আৱাহন থিয়েটাৰ
18%
কহিনুৰ থিয়েটাৰ
6%
সূর্য থিয়েটাৰ
63%
নটৰাজ থিয়েটাৰ
6👍2
12🔥2
প্রথম অসমীয়া ৰঙীন ছবি ভাইটি কিমান চনত নির্মাণ হৈছিল?
Anonymous Quiz
20%
১৯৭০ চনত
21%
১৯৮০ চনত
24%
১৯৭৫ চনত
35%
১৯৭২ চনত
10🔥1
Hi friends
3
📚 Kuku Fm কি?

Kuku Fm ৰ বিষয়ে অলপ জানি থওঁ আঁহক!
KUKU FM হৈছে ভাৰতীয় অডিঅ’ কন্টেন্ট প্লেটফৰ্ম যিয়ে ইংৰাজী, হিন্দী আৰু বিভিন্ন ভাষাৰ অডিঅ’ কিতাপ, প’ডকাষ্ট আৰু পাঠ্যক্ৰম আগবঢ়ায়।  ই মূলতঃ তথ্যসমৃদ্ধ আৰু মনোৰঞ্জনমূলক অডিঅ’ বিষয়বস্তুৰ বাবে বিখ্যাত, য’ত আত্মসহায়ক, জীৱনী, প্ৰেৰণাদায়ক, শিক্ষা, আৰু অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত ভিত্তি কৰি অডিঅ’ কিতাপ অন্তৰ্ভুক্ত কৰা হৈছে। 

মানুহে নিজৰ প্ৰিয় কিতাপ শুনিবলৈ, বিভিন্ন ধৰণৰ পডকাষ্ট আৰু শিক্ষণ পাঠ্যক্ৰমৰ সুবিধা ল’বলৈ Kuku Fm ব্যৱহাৰ কৰে।  এই এপটো হিন্দী, ইংৰাজী, অসমীয়াকে ধৰি আন বহু ভাৰতীয় ভাষাত উপলব্ধ।

Kuku FM ডাউনলোড কৰিব বিচাৰিলে তলৰ লিংকত ক্লিক কৰি Playstore ৰ পৰা Download কৰিব পাৰে!
https://kukufm.page.link/wvwwqj1M9dqnLCZh7
1
ফুলগুৰিৰ ধেৱা কেতিয়া হৈছিল?
Anonymous Quiz
19%
১৮৫৬ চনত
19%
১৮৮১ চনত
59%
১৮৬১ চনত
3%
১৮৫১ চনত
15👍11
কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল?
Anonymous Quiz
42%
১৯৪৩ চনত
18%
১৯৪৫ চনত
35%
১৯৪২ চনত
5%
১৯৪০ চনত
23👍14🔥2
The owner of this channel has been inactive for the last 11 months. If they remain inactive for the next 19 days, they may lose their account and admin rights in this channel. The contents of the channel will remain accessible for all users.
The owner of this channel has been inactive for the last 11 months. If they remain inactive for the next 10 days, they may lose their account and admin rights in this channel. The contents of the channel will remain accessible for all users.
The owner of this channel has been inactive for the last 11 months. If they remain inactive for the next 7 days, they may lose their account and admin rights in this channel. The contents of the channel will remain accessible for all users.