Amar Axom
34 subscribers
2 photos
46 links
Amar Axom ৰ উদ্দেশ্য হৈছে ছাত্র-ছাত্রীসকলৰ বাবে বিভিন্ন শৈক্ষিক বিষয়ৰ সমাধান লগতে কুইজ, সাধাৰণ জ্ঞান, আৰু অন্যান্য বিশ্
Download Telegram
আপুনি যদি খেল সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘[Latest 1000+] খেল কুইজ Sports Quiz PDF‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত খেল সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।
https://store.amaraxom.com/product/%e0%a6%96%e0%a7%87%e0%a6%b2-%e0%a6%95%e0%a7%81%e0%a6%87%e0%a6%9c-sports-quiz/
#AmarAxom #sportsquiz #hsc2026 #AHSEC
আপুনি যদি বিশ্ব সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘[Latest 1000+] বিশ্ব কুইজ World Quiz PDF‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত বিশ্ব সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।
#AmarAxom #worldquiz
https://store.amaraxom.com/product/%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac-%e0%a6%95%e0%a7%81%e0%a6%87%e0%a6%9c-world-quiz-pdf/
আপুনি যদি অসম সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘[Latest 1000+] অসম কুইজ Assam Quiz PDF‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত অসম সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।
https://store.amaraxom.com/product/%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%95%e0%a7%81%e0%a6%87%e0%a6%9c-assam-quiz-pdf/
#AmarAxom #assamquiz
আপুনি যদি ভাৰত সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘[Latest 1500+] ভাৰত কুইজ India Quiz PDF‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত ভাৰত সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।
https://store.amaraxom.com/product/%e0%a6%ad%e0%a6%be%e0%a7%b0%e0%a6%a4-%e0%a6%95%e0%a7%81%e0%a6%87%e0%a6%9c-india-quiz-pdf/
#AmarAxom #IndiaQuiz
আপুনি যদি অসমৰ পৰা বিশ্বলৈ জি. কে. সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘অসমৰ পৰা বিশ্বলৈ জি কে Assam to World GK PDF‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত অসমৰ পৰা বিশ্বলৈ জি. কে. সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।
https://store.amaraxom.com/product/%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%b2%e0%a7%88-%e0%a6%9c%e0%a6%bf-%e0%a6%95%e0%a7%87-assam-to-world-gk/
#AmarAxom #generalknowledge #gkquiz
প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক ) সব পুৰুষৰ শিৰৰ ভূষণ
তুমিসে বাপু গোবিন্দ

উঃ উপৰোদ্ধৃত কবিতা ফাকি মহাপুৰুষ মাধদেৱ বিৰচিত ‘উপৰে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটোৰ পৰা তুলি দিয়া হৈছে।

শ্রীকৃষ্ণ যে সৃষ্টি জগতৰ আৰাধ্য দেৱতা সেয়া দাঙি ধৰিবলৈ কবিয়ে উক্ত কবিতা ফাকিৰ অৱতাৰণা কৰিছে।

ইয়াত শ্রীকৃষ্ণক মাতৃ যশোদাই সকলোৰে শিৰৰ ভূষণ অর্থাৎ সৃষ্টি জগতৰ আৰাধ্য দেৱতা বুলি কৈছে। মাতৃ যশোদাই পুত্র কৃষ্ণক ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোৱাৰ কাৰণ হ’ল কৃষ্ণ হৈছে মানৱ ৰূপত ভগৱান। ভগৱানক আৰাধনা কৰাই হৈছে সকলো ধৰ্মৰ মূল। মাতৃ যশোদাই ভাগ্যব গুণত আৰাধ্য ভগবানক নিজ পুত্ররূপে কোলাত পাইছে।

(খ) সপোন পাৰৰ তুমি
প্রভু মোৰ আৰাধ্য পৰম
মানসৰ তীৰে তীৰে
দিয়া আহি নিতে দৰশন

উঃ উপৰোদ্ধৃত কবিতা ফাকি নলিনীবালা দেবী ৰচিত ‘মিলন’ নামৰ কবিতটোৰ পৰা তুলি দিয়া হৈছে।

উপৰোদ্ধৃত কবিতা ফাকিৰ জৰিয়তে কবিয়ে পৰমশ্বেৰৰ লগত নিজৰ আত্মাৰ মিলন হোৱাৰ কথা বুজাব বিচাৰিছে।

কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্তিত্ব নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য সুষমাই কবিৰ ভগবৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন দেখা পায় বুলি কৈছে।

(গ) ‘যন্ত্রণা মোৰ জীয়াৰ মন্ত্র
সেই মন্ত্রকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলোঁ।’

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা ‘উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

দুখ-যন্ত্রণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্রসংগত কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

পৃথিৱীখনত জন্ম গ্রহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্রণা আদি পাইছে। এই দুখ-যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অর্থাৎ যন্ত্রণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্রকেই বাৰে বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্রণাময় ধেমালি। এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে। কাৰণ তেওঁ জানে যে মানব জীৱনটো ক্ষন্তেকীয়া। তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল অর্থাৎ তেওঁ এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ’ল।
আপুনি যদি Assam to World GK সম্পর্কে আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰে, তেন্তে ‘Latest Assam to World GK PDF for Competitive Exam‘ গ্রন্থখন আপোনাৰ বাবে। ইয়াত Assam to World GK সম্পর্কে বিভিন্ন তথ্য আৰু সাধাৰণ জ্ঞান সংযোজন কৰা হৈছে। সাধাৰণ কুইজ অনুষ্ঠানৰ লগতে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও গ্রন্থখন উপযোগী।
https://store.amaraxom.com/product/assam-to-world-gk/
#AmarAxom #gkquiz #generalknowledge #hslc2026
Zubeen Garg was a very popular Indian singer, musician, composer, actor, and film producer. He was especially famous for his work in Assamese, Hindi, and Bengali music. Apart from these, he sang songs in more than forty languages, including English, Nepali, Marathi, Telugu, Tamil, Malayalam, Odia, Sanskrit, and Bhojpuri.
https://amaraxom.com/zubeen-garg-essay-in-english/
#AmarAxom #hslc2026 #AHSEC
Our buyer feedback ❤️❤️
#AmarAxom #hslc2026
“সুপ্ৰভাত! শুভ ৰবিবাৰ 🌼
এই ছুটিৰ দিনটোত অলপ বিশ্ৰাম লওক,
নিজৰ মন প্ৰসন্ন ৰাখক
আৰু নতুন সপ্তাহৰ বাবে নিজকে সাজু কৰক।
আজি দিনটো সুখ, শান্তি আৰু উৎসাহেৰে ভৰি থাকক।
শুভকামনা!”
“Automotive subjects for Class 10 and Class 12 are coming soon in both Assamese and English medium.”
🇮🇳 গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা 🇮🇳
সংবিধানৰ শক্তিত, একতাৰ পথত—
ভাৰত আগুৱাই যাওক চিৰদিন
#RepublicDay #ProudIndian #AmarAxom
জুবিন গাৰ্গ – জীৱনী (short)

পাতনি

জুবিন গাৰ্গ আছিল অসমৰ অতি প্ৰিয় গায়ক, সংগীতজ্ঞ, সুৰকাৰ, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ অসমীয়া, হিন্দী, বাংলা আদি বহু ভাষাত গান গাইছিল আৰু ৪০ টাতকৈ অধিক ভাষাত নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিছিল। বহু বাদ্যযন্ত্ৰ বজাবলৈ দক্ষ জুবিনে তিন দশকৰো অধিক সময় সংগীত জগতত সক্ৰিয় হৈ অসমীয়া সংগীতক আন্তঃৰাষ্ট্ৰীয় পৰিসৰত চিনাকি কৰাই দিছিল।

প্ৰাথমিক জীৱন আৰু পৰিয়াল

জুবিনৰ জন্ম ১৯৭২ চনৰ ১৮ নৱেম্বৰত হয়। তেওঁৰ মাতৃ আৰু পিতৃ দুয়ো সংগীতপ্ৰেমী আছিল। মাতৃৰ পৰা সংগীত শিক্ষা লৈ তেওঁ সৰুৰে পৰা সংগীতৰ সৈতে জড়িত হৈছিল। তেওঁৰ ভগ্নী জংকি বৰঠাকুৰো জনপ্ৰিয় গায়িকা আৰু অভিনেত্ৰী আছিল।

শিক্ষা

জুবিনে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেট্ৰিক সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত বিজ্ঞান শাখাত কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল যদিও সংগীতৰ প্ৰতি গভীৰ আকর্ষণৰ বাবে উচ্চশিক্ষা ত্যাগ কৰি সম্পূৰ্ণৰূপে সংগীতক জীৱনৰ লক্ষ্য হিচাপে গ্ৰহণ কৰে।

সংগীত যাত্ৰা

তিনি বছৰ বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰা জুবিনে ১৯৯২ চনত ‘অনামিকা’ এলবামৰ জৰিয়তে পেচাদাৰী সংগীত যাত্ৰা আৰম্ভ কৰে। প্ৰথম বিহু এলবাম ‘উজান পিৰিত’ যথেষ্ট জনপ্ৰিয় হয়। ১৯৯৫ চনত মুম্বাইলৈ গৈ কেইবাটাও হিন্দী এলবাম আৰু বলীউড ছবিত গান গাই খ্যাতি লাভ কৰে। ২০০৬ চনত ‘গেংষ্টাৰ’ ছবিৰ ‘য়া আলী’ গীতটোৱে তেওঁক ৰাষ্ট্ৰীয় পৰিসৰত প্ৰতিষ্ঠা কৰে।

অভিনয় আৰু চলচ্চিত্ৰ নিৰ্মাণ

সংগীতৰ লগতে জুবিন অভিনয়তো সফল আছিল। ‘তুমি মোৰ মাথো মোৰ’ৰ পৰা আৰম্ভ কৰি বহু অসমীয়া ছবিত অভিনয় কৰি তেওঁ অভিনেতা হিচাপেও নিজকে প্ৰতিষ্ঠা কৰে। জুবিনৰ লাইভ প্ৰদৰ্শন উৎসাহ আৰু শক্তিৰে ভৰা আছিল। দেশ-বিদেশত অসংখ্য কনচাৰ্ট আৰু বিহু মঞ্চত গান গাই তেওঁ অনুৰাগীৰ হৃদয় জয় কৰিছিল।

ব্যক্তিগত জীৱন

২০০২ চনত তেওঁ গৰিমা শইকীয়াৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়। তেওঁ মানুহৰ মাজত ধৰ্ম বা জাতিৰ ভিত্তিত বিভাজনত বিশ্বাস নকৰিছিল।

মৃত্যু

১৯ ছেপ্টেম্বৰ ২০২৫ তাৰিখে ৫২ বছৰ বয়সত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু ঘটে। গুৱাহাটীত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়।

শ্ৰদ্ধাঞ্জলি

জুবিনৰ মৃত্যুত দেশ-বিদেশৰ বহু ৰাজনৈতিক নেতা, শিল্পী আৰু সংগীতজ্ঞে শোক প্ৰকাশ কৰে। অসমজুৰি তেওঁৰ গীতৰ মাজেৰে লাখ লাখ অনুৰাগীয়ে তেওঁক শেষ শ্ৰদ্ধা জনায়।
🌌 শুভ ৰাত্ৰি! 🌌
দিনটো শেষ হ’ল, এতিয়া মনটো শান্ত কৰা।
ভাল সপোন দেখা, নতুন শক্তি লোৱা।
কালিৰ দিনটো তোমাৰ বাবে সফল হওক।
🌙 শুভ ৰাত্ৰি বন্ধু!
AmarAxom.com
‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাবে জাতীয় জীবনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’ কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা। HSLC ’20, 23
উত্তৰঃ উক্ত কথাষাৰ অৰুণিমা সিন্‌হাৰ জীৱনৰ ক্ষেত্রত যথেষ্ট প্রাসংগিক। অৰুণিমাই নিজৰ প্ৰচেষ্টা আৰু মনোবলৰ জৰিয়তে শাৰীৰিক সীমাবদ্ধতা অতিক্ৰম কৰি অসম্ভৱকো সম্ভৱ কৰি দেখুৱাইছে। তাই দুর্ঘটনাত ভৰি এখন হেৰুৱাই চিকিৎসালয়ত ভর্তি হৈছিল। সপোন পূৰণৰ মনস্থিৰ কৰি চিকিৎসালয়ৰ পৰা ওলাই এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ সৈতে যোগাযোগ কৰে। অৱশেষত, কঠোৰ অনুশীলনৰ ফলত, তাই ২০১৩ চনত মাউন্ট এভাৰেষ্টত আৰোহণ কৰে। তাইৰ এই সাফল্যই বিশ্ববাসীক অনুপ্রাণিত কৰে। তাই দেখুৱায় যে দৃঢ় মনোবল, অধয়াৱসায় আৰু সাহসেৰে, ব্যক্তিগত সীমাবদ্ধতা অতিক্রম কৰি যিকোনো জটিল কামত সফলতা অর্জন কৰিব পাৰি।
1
🌼 HSLC পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীলৈ হৃদয়স্পৰ্শী শুভেচ্ছা 🌼
মনটো স্থিৰ ৰাখিবা, সাহসেৰে উত্তৰ লিখিবা আৰু নিজৰ ক্ষমতাত বিশ্বাস ৰাখিবা।
তোমালোকৰ কঠোৰ পৰিশ্ৰম নিশ্চয় সফলতালৈ লৈ যাব।
Best of luck! 📖💫

Amaraxom.com