51.4K subscribers
2.09K photos
3 videos
20 files
2.7K links
Official Telegram Channel of JobAssam.in.

Contact Us: @WeJobAssam
Download Telegram
কাইলৈ ৰাতিপুৱা ৯ বজাত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল কেনেকৈ চাব, সম্পূৰ্ণ প্ৰক্ৰিয়া দেখুওৱা হৈছে এই ভিদেওত।

https://youtu.be/sGo3wKHZH-o
ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। ফলাফল উপলব্ধ তলত উল্লেখ কৰা দুখন ৱেবচাইটৰ লগতে এখন এণ্ড্ৰইড এপত।

Link 1: https://iresults.net/assam/12/

Link 2: https://jobassam.in/assam-hs-result/

Android App: https://play.google.com/store/apps/details?id=com.app.iresults
NEET Admit Card 2025 – Download Hall Ticket for NEET UG Examination

https://jobassam.in/neet-admit-card/
Assam Police Result 2025 – Constable (AB/UB) Written Test Results

https://jobassam.in/assam-police-result/
DPharm আৰু BPharm পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ। অসমৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব প্ৰৱেশ পৰীক্ষা। অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৩ মে'।

https://jobassam.in/ssuhs-dpharm-bpharm-admission/
Progex Logistics Recruitment 2025 – Accounts and HR Vacancies

Last Date: 05/05/2025

https://jobassam.in/progex-logistics-recruitment/
Assam Police Result 2025 – Constable (AB/UB) Written Test Results Declared

https://jobassam.in/assam-police-result/
ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহৰ বিভিন্ন স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া অহা ৮ মে’ৰ পৰা আৰম্ভ হ’ব। আবেদনৰ অন্তিম তাৰিখ ২৬ মে'।

https://jobassam.in/dibrugarh-university-pg-admission/
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত B.Ed পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া। যোগ্য প্ৰাৰ্থীয়ে ২৫ মে’ৰ ভিতৰত প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/dibrugarh-university-b-ed-admission/
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ১৮ মে'ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/ahsec-recheck-answer-scripts/
Progex Logistics Recruitment 2025 – Accounts and HR Vacancies

Last Date: 05/05/2025

https://jobassam.in/progex-logistics-recruitment/
অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে অনলাইন আবেদন। ছাত্ৰ-ছাত্ৰীয়ে স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/samarth-admission-portal/
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত B.Ed পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া। যোগ্য প্ৰাৰ্থীয়ে ২৫ মে’ৰ ভিতৰত প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/dibrugarh-university-b-ed-admission/
BSc Nursing আৰু GNM প্ৰৱেশ পৰীক্ষাৰ বাবে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কিতাপ

Buy Now: https://tinyurl.com/bd9hu6p6
অহা ১৮ মে’ত অনুষ্ঠিত হ’ব ANM পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা। প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি। এডমিট কাৰ্ড তলত দিয়া লিংকত উপলব্ধ।

https://jobassam.in/ssuhs-admit-card/