51.4K subscribers
2.09K photos
3 videos
20 files
2.7K links
Official Telegram Channel of JobAssam.in.

Contact Us: @WeJobAssam
Download Telegram
UPSC Result 2025 – Civil Services IAS Examination Final Result

https://jobassam.in/upsc-result/
Assam HS 1st Year Admission 2025 – DARPAN Online Admission Portal

Last Date: 24/04/2025

https://jobassam.in/assam-higher-secondary-admission/
BSc Nursing পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ। অসমৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব প্ৰৱেশ পৰীক্ষা। অনলাইন আবেদনৰ অন্তিম তাৰিখ ২২ মে'।

https://jobassam.in/ssuhs-bsc-nursing-admission/
NEET (UG) Examination 2025 Exam City Details are Released

https://jobassam.in/neet-admit-card/
মেট্ৰিক পৰীক্ষাৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ২৭ এপ্ৰিলৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/seba-re-checking-answer-script/
অহা ১৮ মে’ত অনুষ্ঠিত হ’ব ANM পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা। অহা ৫ মে'ত প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব। এডমিট কাৰ্ড তলত দিয়া লিংকত উপলব্ধ হব।

https://jobassam.in/ssuhs-admit-card/
DPharm আৰু BPharm পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া ৩০ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। অসমৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব প্ৰৱেশ পৰীক্ষা। অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৩ মে'।

https://jobassam.in/ssuhs-dpharm-bpharm-admission/
Indian Coast Guard Admit Card 2025 – Download Navik Exam Hall Pass

https://jobassam.in/indian-coast-guard-admit-card/
BTC CSB Recruitment Exam Guide 2025 – Complete Preparation Book with 2000+ MCQs for Grade-III & IV Posts (English)

https://booksghar.com/product/btc-csb-recruitment-exam-guide/
Assam HS 1st Year Admission 2025 – Admission Merit List Released

https://jobassam.in/assam-higher-secondary-admission/
কাইলৈ ৰাতিপুৱা ৯ বজাত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল কেনেকৈ চাব, সম্পূৰ্ণ প্ৰক্ৰিয়া দেখুওৱা হৈছে এই ভিদেওত।

https://youtu.be/sGo3wKHZH-o
ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। ফলাফল উপলব্ধ তলত উল্লেখ কৰা দুখন ৱেবচাইটৰ লগতে এখন এণ্ড্ৰইড এপত।

Link 1: https://iresults.net/assam/12/

Link 2: https://jobassam.in/assam-hs-result/

Android App: https://play.google.com/store/apps/details?id=com.app.iresults
NEET Admit Card 2025 – Download Hall Ticket for NEET UG Examination

https://jobassam.in/neet-admit-card/
Assam Police Result 2025 – Constable (AB/UB) Written Test Results

https://jobassam.in/assam-police-result/
DPharm আৰু BPharm পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ। অসমৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব প্ৰৱেশ পৰীক্ষা। অনলাইন আবেদনৰ অন্তিম তাৰিখ ২৩ মে'।

https://jobassam.in/ssuhs-dpharm-bpharm-admission/
Progex Logistics Recruitment 2025 – Accounts and HR Vacancies

Last Date: 05/05/2025

https://jobassam.in/progex-logistics-recruitment/
Assam Police Result 2025 – Constable (AB/UB) Written Test Results Declared

https://jobassam.in/assam-police-result/
ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহৰ বিভিন্ন স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া অহা ৮ মে’ৰ পৰা আৰম্ভ হ’ব। আবেদনৰ অন্তিম তাৰিখ ২৬ মে'।

https://jobassam.in/dibrugarh-university-pg-admission/
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত B.Ed পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া। যোগ্য প্ৰাৰ্থীয়ে ২৫ মে’ৰ ভিতৰত প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/dibrugarh-university-b-ed-admission/
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ১৮ মে'ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/ahsec-recheck-answer-scripts/