43.3K subscribers
2.58K photos
3 videos
20 files
3.15K links
The official channel of JobAssam.

Please be advised that this channel is scheduled for discontinuation on 31 December 2025.
Download Telegram
চৰকাৰী চাকৰি, এডমিট কাৰ্ড, পৰীক্ষাৰ ফলাফল, নামভৰ্তি, বৃত্তি আৰু অন্যান্য আপডেট তৎক্ষণাৎ পাবৰ বাবে আমাৰ WhatsApp Channel টো Follow কৰক।

https://whatsapp.com/channel/0029Va9cckoG8l5NOwhMrw17
👍10
Indian Air Force Result 2024 - Agniveer Vayu Online Test Result Declared

https://jobassam.in/indian-air-force-result/
👍9
অগ্নিবীৰ নিযুক্তিৰ অনলাইন পৰীক্ষাৰ বাবে ভাৰতীয় সেনাই জাৰি কৰিছে এডমিট কাৰ্ড। আবেদনকাৰীয়ে তলত দিয়া লিংকটো ব্যৱহাৰ কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://jobassam.in/indian-army-admit-card/
👍21
অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা, প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমান ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
90🙏11👍10
মুখ্যমন্ত্ৰীৰ শেহতীয়া বিবৃতি অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ২০ এপ্ৰিলৰ পিছত ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ফলাফল ঘোষণাৰ সৈতে জড়িত আপডেট তৎক্ষণাৎ পাবলৈ আমাৰ এণ্ড্ৰইড এপটো ইনষ্টল কৰক।

https://play.google.com/store/apps/details?id=com.app.jobassam
👍16🙏6
ৰে’লৱে নিযুক্তি ব’ৰ্ডে ৪৬৬০টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিম তাৰিখ ১৪ মে'।

https://jobassam.in/rrb-recruitment/
👍2611
We have updated our official Android app. All users are requested to install the latest version of our app for better experience.

Premium: The issue of displaying ads to premium users has been resolved with a bug fix.

Update Link: https://play.google.com/store/apps/details?id=com.app.jobassam
👍10😢21
অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে।

https://jobassam.in/samarth-admission-portal/
👍141😢1
Gauhati University Result 2024 – GU 5th Semester CBCS Result Declared

https://jobassam.in/gauhati-university-result/
👍246😢6🙏3
শোণিতপুৰ জিলাত চৰকাৰী চাকৰি। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ২৬টা পদৰ বাবে আবেদন বিচৰা হৈছে।

আবেদনৰ অন্তিম তাৰিখ ২৫ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে।

https://jobassam.in/sonitpur-recruitment/
👍25🙏71
জিলা আইনী সেৱা প্ৰাধিকৰণ , কৰিমগঞ্জৰ কাৰ্যালয়ৰ অধীনত নিম্ন সংমণ্ডল সহকাৰী পদত নিযুক্তি। যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

আবেদন দাখিলৰ অন্তিম তাৰিখ ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈ।

https://jobassam.in/karimganj-recruitment/
👍331
ঘোষণা কৰা হ’ল SEBA হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। তলৰ লিংকৰ পৰা ফলাফল চাব পাৰিব।

https://jobassam.in/hslc-result/
👍321
আজি ঘোষিত হোৱা ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ।
👍6433😢2
বৰ্তমানলৈকে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। আমি আপোনালোক সকলোকে বিভিন্ন ভাইৰেল স্ক্ৰীণশ্বটৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিওঁ কাৰণ সেইবোৰ ভুৱা।

This is to notify all candidates who have participated in the Assam HS Exam 2024 that the Assam HS Result Date has not been declared by the official authority. We advise all of you to refrain from various viral screenshots as they are fake and photoshopped.
👍9010
SEBA Re-Checking of Answer Scripts, Assam HSLC Exam 2024

Last Date: 07/05/2024

https://jobassam.in/seba-re-checking-answer-script/
👍153
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে আৱেদন কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিম তাৰিখ ২ মে'।

https://jobassam.in/assam-higher-secondary-admission/
👍22😢3🙏2
NEET Admit Card 2024 – National Eligibility Entrance Test (UG)

https://jobassam.in/neet-admit-card/
👍101
SSC CHSL পৰীক্ষাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ প্ৰাৰ্থীসকলে অহা ৭ মে'ৰ ভিতৰত অনলাইন আবেদন জমা দিব পাৰিব।

https://jobassam.in/ssc-recruitment/
👍304🙏1
জিএনএম পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে ১০ জুনৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব। অধিক তথ্যৰ বাবে তলৰ লিংকটো চাওক।

https://jobassam.in/assam-gnm-admission/
👍1812🙏2
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত B.Ed পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। যোগ্য প্ৰাৰ্থীয়ে অহা ৩০ মে’ৰ ভিতৰত প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

https://jobassam.in/dibrugarh-university-b-ed-admission/
👍25
ৰে’লৱে নিযুক্তি ব’ৰ্ডে ৪৬৬০টা পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ অন্তিম তাৰিখ ১৪ মে'।

https://jobassam.in/rrb-recruitment/
👍365