All Exam Guide INDIA ASSAM
182 subscribers
3 photos
14 links
Only for STUDENTS . 💡👩‍🏫👩‍🎓👩‍⚖️

📌 https://t.me/StudyAIIMS ❣️

📌 https://t.me/StudyAIIMS ❣️

Join Now👆

✌️ https://t.me/GuideForMe ✌️
✌️ https://t.me/GuideForMe ✌️

🔴 https://t.me/KhanSirGuide

https://t.me/KhanSirGuide 🔴

❣️👆 Join now ❣️
Download Telegram
🔴 আৰক্ষী উপ পৰিদৰ্শক (SI) পৰীক্ষাত অহা প্ৰশ্নসমূহ
#AssamPoliceSI
#GuideForMe

1️⃣ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় কত অৱস্থিত?
2️⃣ পলাশী যুদ্ধ কেতিয়া হৈছিল?
3️⃣ পূবৰ স্কটলেণ্ড বুলি কোৱা হয়?
4️⃣ সত্যমেৱ জয়তে কৰ পৰা লোৱা হৈছে?
5️⃣ মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মান সেনাপতি কোন আছিল?
6️⃣ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
7️⃣ ৰিজাৰ্ভ বেংকৰ অব ইণ্ডিয়াৰ প্ৰতীকত থকা জন্তুটো কি?
8️⃣ ভাৰতৰ লৌহ মানৱ কোন?
9️⃣ হস্তী বিদ্যাৰনৱ কাৰ ৰচনা?
🔟 বৰদলৈ ট্ৰফী কেতিয়াৰ পৰা প্ৰচলন হয়?
1️⃣1️⃣ আজি বুধবাৰ হলে 148 দিনৰ পাছত কি বাৰ হব?
1️⃣2️⃣ ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়?
1️⃣3️⃣ প্ৰমথেশ বৰুৱা ঘৰ ক'ত?
1️⃣4️⃣ ' Assamese it's formation and development ' কোনে লিখিছিল?
1️⃣5️⃣ হত্যাৰ গোচৰ ধাৰা কিমান?
1️⃣6️⃣ বৰ্তমান অসমৰ জিলা কেইখন?
1️⃣7️⃣ বাক স্বাধীনতা কোনটো অনুচ্ছেদৰ অন্তৰ্গত?
1️⃣8️⃣উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলক কোনে নিযুক্তি দিয়ে?
1️⃣9️⃣ বিত্তীয় নীতি কোনটো বেংকে চোৱা চিতা কৰে?
2️⃣0️⃣ অসম মহিলা আয়োগ কেতিয়া গঠন কৰা হৈছিল?
2️⃣1️⃣ কামৰূপত শাসন কৰা শেষ বংশটো কি?
2️⃣2️⃣ নামঘোষাত কেইটা ঘোষা আছে?
2️⃣3️⃣ তলৰ কোনটো মেৰুদণ্ডী প্ৰাণী নহয়?
A) মাছ B) কাছ
C) চৰাই D) সাপ
2️⃣4️⃣ প্ৰহ্লাদ চৰিত কাৰ ৰচনা?
2️⃣5️⃣ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
2️⃣6️⃣ উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
2️⃣7️⃣ কাহ শিল্পৰ বাবে বিখ্যাত ঠাই কোনখন?
2️⃣8️⃣ 2022 U 19 ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলত ভাৰতে কাক হৰুৱাইছিল?
2️⃣9️⃣ গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
3️⃣0️⃣ অসমৰ নাও খেলৰ লগত কি উৎসৱ সম্পৰ্কিত?
3️⃣1️⃣ অসম এচচিয়েচন কেতিয়া গঠন কৰা হয়?
3️⃣2️⃣ যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল?
3️⃣3️⃣ মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল?
3️⃣4️⃣ ব্ৰহ্মপুত্ৰ নদীক চীন দেশত কি নামেৰে জনা যায়?
3️⃣5️⃣ Grammatical notes on Assamese language কোনে লিখিছিল?
3️⃣6️⃣ স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

#AllExamGuideIndiaAssam