AssamCareer.com
114K subscribers
612 photos
75 files
9.27K links
Official telegram channel of AssamCareer.com

🖥: https://www.assamcareer.com

🧠: @arkaborah

📧 : editor@assamcareer.com

☎️: +91-3772-220000
Download Telegram
ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ আৰু স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহৰ বিভিন্ন স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে ২০২৫ চনৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা (DUPGET) ৰ জাননী প্ৰকাশ কৰিছে।

Dibrugarh University has released the official notification of Post Graduate Entrance Test (DUPGET) 2025 for the admission into various Post Graduate Programmes conducted by Dibrugarh University and its Affiliated and autonomous colleges.

Last date: 26/05/2025.

https://www.assamcareer.com/2020/07/dibrugarh-university-pg-admission.html

❗️❗️Join Our WhatsApp Channel:
https://tinyurl.com/assamcareer
ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT), অসমে ২০২৫‑২০২৭ শিক্ষাবৰ্ষৰ বাবে প্ৰাথমিক শিক্ষা ডিপ্লোমা (D.El.Ed.) পাঠ্যক্ৰমত ভৰ্তিৰ বাবে জাননী প্ৰকাশ কৰিছে।

State Council of Educational Research and Training (SCERT), Assam has released the official notification for admission into 2 - Year Diploma in Elementary Education (D.El.Ed.) Course for the session 2025 – 2027.

Link Activated.

https://www.assamcareer.com/2012/08/assam-d-el-ed-admission.html

❗️❗️Join Our WhatsApp Channel: https://tinyurl.com/assamcareer
❗️❗️As per the latest announcement made by HCM Dr. Himanta Biswa Sarma vide Facebook Live ❗️❗️

a) ADRE Grade III Computer, Driving, Steno test & Skill test (as applicable) and ADRE Grade IV Oral tests will be started from 15th June 2025 and will be completed within a month period.

b) Assam TET cum Recruitment Test results will be declared on 5th June 2025 (i.e., Provisional results). Once DV is done, final results will be declared accordingly.

c) Mutual transfer orders in respect of Assam Government Group C and D employees will be released within 1st week of June 2025 for those who applied through Online Transfer Portal.

❗️❗️HCM ড° হিমন্ত বিশ্ব শর্মাই ফেচবুক লাইভৰ জৰিয়তে দিয়া শেহতীয়া ঘোষণা অনুসৰি ❗️❗️

a) ADRE গ্ৰেড III (কম্পিউটাৰ, ড্ৰাইভিং, ষ্টেনো টেষ্ট আৰু স্কিল টেষ্ট - যিটো প্ৰযোজ্য), আৰু ADRE গ্ৰেড IV (মৌখিক পৰীক্ষা) ১৫ জুন, ২০২৫ৰ পৰা আৰম্ভ হ’ব আৰু এটি মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

b) অসম TET নিযুক্তি পৰীক্ষাৰ ফলাফল ৫ জুন, ২০২৫ত (অস্থায়ী ফলাফল) ঘোষণা কৰা হ’ব। ডকুমেণ্ট ভেৰিফিকেশ্যন (DV) সম্পূৰ্ণ হোৱাৰ পাছত, চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব।

c) অসমৰ চৰকাৰী গ্ৰুপ C আৰু D শ্ৰেণীৰ কৰ্মচাৰীসকলৰ পৰস্পৰ স্থানান্তৰ (মিউচুৱেল ট্ৰান্সফাৰ) আদেশ ২০২৫ চনৰ জুন মাহৰ প্ৰথম সপ্তাহত জাৰি কৰা হ’ব, যিসকল অনলাইন স্থানান্তৰ প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিছিল।
ASRLM Recruitment 2025 – 190 Posts @ DAY-NRLM, DDU-GKY & CBBO

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকাৰ মিছন (ASRLM) এ ১৯০টা পদত নিযুক্তিৰ বাবে ৩টা নিযুক্তি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Link activated.


https://www.assamcareer.com/2021/07/asrlm-society.html

❗️❗️Join Our WhatsApp Channel: https://tinyurl.com/assamcareer
অসম পলিটেকনিক নামভৰ্তি ২০২৫ ৰ অনলাইন আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে।

https://www.assamcareer.com/2013/05/assam-polytechnic-admission.html

❗️❗️Join Our WhatsApp Channel:
https://tinyurl.com/assamcareer
অসম কৃষি বিশ্ববিদ্যালয় (AAU), যোৰহাটে 2025-2026 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ জাননী প্ৰকাশ কৰিছে।

https://www.assamcareer.com/2021/07/aau-admission.html

❗️❗️Join Our WhatsApp Channel: https://tinyurl.com/assamcareer
Chief Minister Lalduhoma declared Mizoram as the country's first fully literate state.

ভাৰতবৰ্ষৰ সম্পূৰ্ণ শিক্ষিত ৰাজ্যৰূপে মিজোৰামক স্বীকৃতি।

#GK
Bank of Barodaই 5০০টা অফিচ সহায়ক (পিয়ন) পদত নিয়মিত ভিক্তিত নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে।

Last Date: 23/05/2025.

Bank of Baroda has released an employment notification for the recruitment of 500 Office Assistant (Peon) Posts in Bank of Baroda on regular basis.

https://www.assamcareer.com/2021/11/bank-of-baroda.html

❗️❗️Join Our WhatsApp Channel:
https://tinyurl.com/assamcareer
২৩ ছেপ্তেম্বৰৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হ'ব আয়ুৰ্বেদ দিৱস ৰূপে।

Government of India has designated September 23 as the date for celebrating Ayurveda Day each year.

#GK