AssamCareer.com
114K subscribers
612 photos
75 files
9.21K links
Official telegram channel of AssamCareer.com

🖥: https://www.assamcareer.com

🧠: @arkaborah

📧 : editor@assamcareer.com

☎️: +91-3772-220000
Download Telegram
ৰেলৱে নিযুক্তি বোৰ্ড (RRB), ভাৰত চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয়ে বিভিন্ন RRB-ত 9970 টা Assistant Loco Pilot পদত নিযুক্তিৰ বাবে এখন নিযুক্তি জাননী প্ৰকাশ কৰিছে।

আবেদনৰ শেষ তাৰিখ ১৯/০৫/২০২৫লৈ বঢ়োৱা হৈছে।

https://www.assamcareer.com/2021/07/rrb-alp.html

❗️❗️Join Our WhatsApp Channel: https://tinyurl.com/assamcareer
National Testing Agencyই আজি, ১০ মে' ২০২৫ তাৰিখে, সাধাৰণ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা (CUET (UG) - 2025) ৰ বাবে প্ৰৱেশ পত্ৰ (admit card) মুকলি কৰিছে।

https://www.assamcareer.com/2023/05/cuet-admit-card.html

❗️❗️Join Our WhatsApp Channel:
https://tinyurl.com/assamcareer
HPCL Recruitment 2025 – 103 Junior Executive Vacancy, Online Apply

হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেড (HPCL) এ Mechanical, Electrical, Instrumentation, Fire & Safety and Chemical বিভাগত 103 Junior Executive পদৰ নিযুক্তিৰ বাবে এটা নিযুক্তি জাননী প্ৰকাশ কৰিছে।

https://www.assamcareer.com/2021/03/hpcl-recruitment.html

❗️❗️Join Our WhatsApp Channel: https://tinyurl.com/assamcareer
Pragyan Bharati Scooty Scheme – Assam Free Scooty Scheme Merit List

প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনি ২০২৫ৰ জৰিয়তে অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮০% বা তাতো অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া স্কুটি প্ৰদান কৰা হয়। বিনামূলীয়া স্কুটিৰ Merit List ডাউনলোড কৰক।

https://www.assamcareer.com/2021/07/pragyan-bharati-scooty-scheme.html