Class 12th (science stream) AHSEC
7 subscribers
3 photos
4 files
2 links
Discussion of hs ( pyq, pre-final ,model question paper ). ||
Download Telegram
(কৰুণতম) common questions📌

1.ডঃ নির্মলপ্রভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম কি?
Answer -বন ফৰিঙৰ ৰং

2 .'কৰুণতম' নামক কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে?
Answer - কৰুণতম' কবিতাটি নলিনীবালা দেৱীৰ ৰচিত 'পৰশমণি' নামৰ কাব্যগ্ৰন্থৰ পৰা লোৱা হৈছে।

3.নিৰ্মলপ্রভা বৰদলৈৰ তিনিখন গৱেষণামূলক গ্রন্থৰ নাম লিখা?
Answer- দেবী, শিৱ আৰু সূৰ্য|

4.নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা।
Answer - সোণবৰণীয়া আই আৰু সুৰীয়া মাত

5.নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
Answer - দিনৰ পাছত দিন,সুদীৰ্ঘ দিন আৰু ঋতু।
Jodi aru common lage channel tu alop support kora share kora
(উভতি নহাৰ কবিতা') COMMON QUESTIONS

1. উভতি নহাৰ কবিতা' কবিতাটি কোনখন কাব্য-সংকলনৰ
পৰা লোৱা হৈছে?

2.তামীঘৰা' শব্দটোৰ অৰ্থ লিখা।

3.যন্ত্রণা মোৰ জীয়াৰ মন্ত্র' ইয়াত 'জীয়াৰ' শব্দটোৰ অর্থ কি?

4.কবিৰ জীয়াই থকাৰ মন্ত্ৰ কি?
বা
কবি জীৱনৰ জীয়াই থকাৰ মন্ত্র কি?

5.ৰাৱণ কাব্যগ্ৰন্থৰ ৰচক কোন?

6.কবি নৱকান্ত বৰুৱাই লিখা তিনিখন কবিতা পুথিৰ নাম লিখা।

7.নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা।

8.নৱকান্ত বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা।

9.কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল?

10.উভতি নহাৰ কবিতা' ৰোমাণ্টিক নে আধুনিক কবিতা আৰু কবিতাটি কোনখন কাব্য সংকলনৰ অন্তর্ভুক্ত?
মোৰ মাতৃমুখ দৰ্শন (common) question 2026

প্র: মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

প্র: Comedy of errors-ৰ অসমীয়া ভাঙনি 'ভ্ৰমৰংগ' কো চনত প্রকাশ পাইছিল?

প্র: 'মাজিউ' আৰু 'জ্ঞান' কোন আছিল?

প্র: বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়?

প্র: বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ কাৰণবোৰ লিখা।

প্র: বেজবৰুৱাৰ সাহিত্য-কৃতি আলোচনা কৰা।

প্র: বেজবৰুৱাৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে'ল-যাত্ৰাৰ বিৱৰণ দিয়া।

প্র: মোৰ মাতৃমুখ দৰ্শন পাঠটিত বেজবৰুৱাৰ জাতিপ্ৰেমৰ প্ৰকাশক আলোচনা কৰা।

প্র: ডিব্ৰুগড়ীয়া অসমীয়া তিৰোতাসকলৰ কেনে ধৰণৰ গঢ়গতি আৰু কাৰ্যকলাপত বেজবৰুৱা বিস্মিত হৈছিল লিখা।

প্র: কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?

প্র: ৰমন্যাসৰ বিষয়ে চমুকৈ লিখা।
Next important questions kun tu subject r lage
Anonymous Poll
29%
Biology
14%
Maths
29%
Physics
29%
Chemistry
2
Hey! 👋

I've been using Navi UPI recently and payments have been super fast. It's already the 4th largest UPI app in India, so I thought you'd like to try it too.

Make your first payment through the link below, and get flat ₹5 cashback instantly 🎁

Download now:
https://r.navi.com/VRk4zB
Hey! I switched to MobiKwik for my daily payments and honestly it's been great.
Use my link to join, make any payment, and start earning cashback on all your payments! 👉 https://w6em.app.link/ydPQnoEUJ4b
Cashbacks of mobikwik upi application
Earn cashbacks on every payment download from my link and get 100 cashback instant 📌