IndiaFastJobAlert.Com
54.5K subscribers
1.4K photos
7 videos
11 files
3.9K links
Hello Lovely Subscribers, I'am Rekib Afredi. Welcome to our Official Channel 'IndiaFastJobAlert.Com'.


🌐 IndiaFastJobAlert.Com
🌐 RekibAfredi.Com

#AllJobAssam
#assamcareer
#jobassam
#assamgovtjob
#govtjobinassam
#assamdirectrecruitment
#RekibAfredi
Download Telegram
বেংকৰ চাকৰি আহিছে 😍|| RBI Recruitment 2026 || IDBI Recruitment 2026
https://youtu.be/ER0_xPuTXw8
👍4
SSUHS B.Sc Nursing Admission 2026 || SSUHS B.Pharm & D.Pharm Admission 2026
https://youtu.be/acVQSYpXcpE
Indian Navy MR or SSR Recruitment 2026 || Indian Navy New Notification 2026
https://youtu.be/VmrL8Hx-SY8
1👍1
DEE Assam Final Merit List 2026 || DEE Assam LP/UP Teacher Result 2026
https://youtu.be/bLfhhnXPRnk
6
🤡168
PNRD Assam New Vacancy 2026 - Link লিংক বিচাৰি পোৱা নাই || Assam Government Jobs 2026
https://youtu.be/plhCDUkjkhY
5🤡3👍2
বেংকৰ চাকৰি আহিছে 😍Apex Bank Recruitment 2026 Apex Bank Notification Apex Bank New Vacancy
https://youtu.be/wQ2AKcRs69A
🤡9👍1
Click Here:- https://StudyWithRekib.com Result ওলোৱাৰ পিছত কান্দি লাভ নাই, আজি পঢ়ি লাভ আছে!

বহুতে Result ওলালেহে উপলব্ধি কৰে — "অলপ বেছিকৈ পঢ়িলেহেঁতেন!" কিন্তু তেতিয়া সময় পাৰ হৈ যায়।

আপোনাৰ হাতত এতিয়াও সময় আছে। পিছত আক্ষেপ কৰাতকৈ আজিয়েই কিতাপ এখন খোলক। প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ।

পিছত আক্ষেপ কৰিব নালাগে যাতে, আজিয়েই কষ্ট কৰক।
11🤡5👌2
LRA Assam Recruitment 2026 Land Records Assistant New Vacancy in Assam 2026 Assam Government
https://youtu.be/PIN78nh6vyU
🤡4
SSB Notification Out 2026 SSB Recruitment 2026 SSB New Vacancy 2026 || Assam Government Jobs
https://youtu.be/2TYbNwZ3IFs
7🤡1
Indian Railway New Vacancy ALP 2026 RRB ALP Recruitment 2026 Assam Government Jobs 2026
https://youtu.be/eTGi8QqIxbg
2🤔1🤗1
"মই HS পাছ — মোৰ বাবে কি চৰকাৰী চাকৰি আছে?"

HS পাছ কৰিয়েই বহুতো চৰকাৰী চাকৰিত আবেদন কৰিব পাৰি। ADRE Grade IV, Assam Police, Forest Guard, Railway Group D — এইবোৰত HS Pass যোগ্যতা যথেষ্ট।

গতিকে Graduation সম্পূৰ্ণ নোহোৱাকৈও চেষ্টা কৰিব পাৰে। পঢ়ি থকাৰ লগে লগে পৰীক্ষাৰ প্ৰস্তুতিও চলাই যাওক।

সুযোগ আছে, মাথোন চেষ্টা কৰিব লাগে। 🙌 https://StudywithRekib.com
11🤡3
বন্ধুৱে চাকৰি পালে বুলি নিজকে তুলনা নকৰিব!

সকলোৰে সময় বেলেগ বেলেগ। কোনোবাই ২৩ বছৰতে চাকৰি পায়, কোনোবাই ৩০ বছৰত। কিন্তু সেইটোৱে আপোনাৰ যোগ্যতা বা কষ্টক কম নকৰে।

আনক লৈ চিন্তা কৰি থাকিলে নিজৰ Focus হেৰুৱাব। নিজৰ যাত্ৰাত মনোযোগ দিয়ক। আপোনাৰ সময়ও আহিব।

তুলনা কৰাটো বন্ধ কৰক, প্ৰস্তুতি চলাই যাওক। 🏃‍♂️

👉 নিজৰ কেৰিয়াৰ গঢ়ক — StudywithRekib.com
117❤‍🔥5🤗3