Q.ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন?
Which is the largest desert in India?
Ans:-থৰ মৰুভূমি /Thar Desert
Q.বিশ্বৰ উচ্চতম মালভূমি কোনটো?
Which is the highest plateau in the world?
Ans:-পামিৰ মালভূমি / Pamir plateau.
Q.পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন?
Which is the smallest continent in the world?
Ans:-অষ্ট্ৰেলিয়া/Australia
Q.পৃথিবীৰ মুধচ বুলি কোনটো মালভূমিক কোৱা হয়?
Which plateau is known as the roof of the world?
Ans:- পামিৰ মালভূমি / Pamir plateau.
Q:- পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ?
Which is the largest desert in the world?
Ans:-এন্টাৰ্কটিক মৰুভূমি/Antarctica Desert.
Q.পৃথিৱীৰ উচ্চতম শৃংগ কোনটো?
Which is the highest peak of the world ?
Ans:-মাউণ্ট এভাৰেষ্ট/Mount Everest .
Q.ভাৰতৰ প্ৰথম কাৰ্যকৰী ৰাষ্ট্ৰপতি কোন আছিল?
Who was the first acting President of India?
Ans:-Varahagiri Venkata Giri (V.V. Giri)
Q.ভাৰতৰ প্ৰথম কাৰ্যকৰী প্ৰধান মন্ত্ৰী কোন আছিল?
Who was the first acting Prim minister of India?
Ans:-গুলজাৰি লাল নন্দ/Gulzarilal Nanda
Q. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত?
Which state has the largest desert in India?
Ans:-ৰাজস্হান / Rajasthan
Q.পৃথিৱীৰ আটাইতকৈ ডাঙৰ গৰম মৰুভূমি কোনখন?
Which is the largest hot desert in the world?
Ans:- ছাহাৰা / Sahara.
Q.অসমৰ উচ্চতম শৃংগ টোৰ নাম কি ?
Which is the highest peak in Assam?
Ans:-লাইকে/Laike
Q.অসমৰ কোন ঠাইত ধান গৱেষণা কেন্দ্ৰ অৱস্থিত?
At which place in Assam the paddy research centre is located?
Ans:-তিতাবৰ/Titabar.
Q .ভাস্কৰবৰ্মনে হৰ্ষবৰ্ধনক কেতিয়া লগ পাইছিল?
Bhaskaravarman met Harshavardhana in __.
Ans:- 643 চনত ।
Q.ভাৰতৰ বৃহত্তম গুহা মন্দিৰ কোনখন ?
Which is the largest cave temple in India?
Ans:-ইলোৰা (মহাৰাষ্ট্ৰ) / Ellora.
Q.ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো?
Which is the largest freshwater lake in India?
Ans:-উলাৰ হ্ৰদ / Wular lake.
Q.Which is the largest saltwater lake in India?
ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদ কোনটো?
Ans:-চিলকা হ্ৰদ/Chilka lake.
Q.নিম্নলিখিত কোনটো হ্ৰদ ভাৰতৰ আটাইতকৈ ডাঙৰ মানৱ-নিৰ্মিত হ্ৰদ?
Which of the following lakes is the largest man-made lake in India?
Ans:-গোবিন্দ বল্লভ পন্তসাগৰ / Govind Vallabh pant sagar.
Q.ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন ?
Which is the largest state in India?
Ans:-ৰাজস্থান / Rajasthan.
Q.ভাৰতৰ বৃহত্তম জনবহুল নগৰ কোনখন?
Which is the most populated city in India?
Ans:-মুম্বাই ।
Q.ভাৰতবৰ্ষৰ ক্ষুদ্ৰতম ৰাজ্য কোনখন ?
Which is the smallest state in India?
Ans:-গোৱা / Goa.
Q.বিশ্বৰ বৃহত্তম নদী দ্বীপ কোনখন ?
Which is the largest river island in the world?
Ans:-মাজুলী /
Q.পৃথিৱীৰ আটাইতকৈ সৰু জনবসতিপূৰ্ণ নদী দ্বীপ কোনটো ?
Which is the smallest inhabited river island in the world ?
Ans:-উমানন্দ/Umananda.
Q.ময়ূৰ দ্বীপ কোন নদীত অৱস্থিত?
On which river is the Peacock Island located?
Ans:-ব্ৰহ্মপুত্ৰ / Brahmaputra.
Q. উত্তৰ-পূৰ্ব পৰিষদৰ মুখ্য কাৰ্যালয় ক’ত আছে ?
Where is the headquarter of the North East Council?
Ans:-শিলং / Shilong.
Q. বিশ্বৰ বৃহত্তম জনবহুল মহানগৰী কোনখন ?
Which is the most populous city in the world?
Ans:-জাপানৰ টকিঅ / Tokyo, Japan.
Q.ভাৰতৰ আটাইতকৈ দীঘল নদী কোনটো ?
Which is the longest river in India?
Ans:-গংগানদী/Ganga.
Q.বিশ্বৰ আটইতকৈ শীতল ঠাই কোনখন ?
Which place is the coldest place of the world?
Ans:-এন্টাৰ্কটিক /Antarctica.
Q.পৃথিৱীৰ ভিতৰত উষ্ণতম ঠাই কোনখন?
Which place is the hottest place of the world?
Ans:-আজিজিয়া (লিবিয়া) / Azizia, Libya.
Q.ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনখন?
Which is the highest waterfall in India?
Ans:-কুঞ্চিকাল জলপ্ৰপাত/Kunchikal Falls
Q.জগ জলপ্ৰপাত ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
In which state is Jog Falls located?
Ans:-কৰ্ণাটক/Karnataka.
Q.লকতাক হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
In which state is Loktak Lake located?
Ans:-মণিপুৰ/Manipur.
Q.Which of the following planets has no satellite of its own?
তলৰ কোনটো গ্ৰহৰ নিজা কোনো উপগ্ৰহ নাই?
Ans:-বুধ আৰু শুক্ৰ / Mercury and Venus.
Q.শিক্ষা খণ্ডক সেৱা আগবঢ়োৱাৰ বাবে প্ৰথমটো উপগ্ৰহ হৈছে _।
The first satellite for serving the education sector is _.

👍2