grLdm tutorial education Channel
419 subscribers
117 photos
24 files
6 links
Download Telegram
কাক দিহিঙিয়া ৰাজা বুলি কোৱা হৈছিল?
ক) চুহুংমুং
খ) চুবিনফা
গ) চুদংফা
ঘ) চুটেউফা
তলৰ কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস?
ক) ১১ জানুৱাৰী
খ) ২৩ জুলাই
গ) ২০ মাৰ্চ
ঘ) ২৩ আগষ্ট
২৩ আগষ্ট
২০২৪ চনৰ আগষ্ট মাহত অসমৰ পৰিবহণ মন্ত্ৰী কোন?
ক) চন্দ্ৰ মোহন পাটোৱাৰী
খ) কেশব মহন্ত
গ) ৰনোজ পেগু
ঘ) পীযুষ হাজৰিকা
অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক __ বুলি জনা যায়।
ক) ছাংপো
খ) ইয়াৰলুং ছাংপো
গ) দিবাং
ঘ) ছিয়াং
কম্পনাঙ্কৰ SI একক কি?
ক) ওম
খ) এম্পিয়াৰ
গ) কেলভিন
ঘ) হাৰ্টজ
হাৰ্টজ
কোনখন চহৰত ভাৰতৰ বিখ্যাত স্বামীনাৰায়ণ অক্ষৰধম মন্দিৰ আছে?
ক) নতুন দিল্লী
খ) মাদুৰাই
গ) বদোদৰা
ঘ) মহীশূৰ
Assaam New recruitment 2024
Gauhati High Court JAA Question Paper
Channel name was changed to «grLdm tutorial education Channel»
Gauhati High Court JAA/ Judicial Assistant Question Paper