Ans:-EDUSAT.
Q.ভাৰতৰ প্ৰথম উপগ্ৰহ, আৰ্যভট্ট মহাকাশযান কেতিয়া উৎক্ষেপণ কৰা হৈছিল?
When was India’s first satellite, the Aryabhata spacecraft launched?
Ans:-April 19, 1975.
Q.পৃথিৱীক প্ৰদক্ষিণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো?
Which is the first artificial satellite to orbit earth?
Ans:-স্পুটনিক- আই / Sputnik – I.
Q.ভাৰতীয় সেনাৰ প্ৰথম ফিল্ড মাৰ্শ্বাল কোন আছিল?
Who was the First Field Marshal of the Indian Army?
Ans:-শ্যাম মানেকশ / General S.H.F.J Sam Manekshaw.
Q.ভাৰতৰ প্ৰথম মহিলা আইএএছ বিষয়া কোন?
Who is the first female IAS officer of India?
Ans:-আন্না ৰাজম মালহোত্ৰা / Anna Rajam Malhotra.
Q.ভাৰতৰ প্ৰথম আইএএছ বিষয়া কোন?
Who was the first male IAS officer in India?
Ans:-সত্যেন্দ্ৰনাথ ঠাকুৰ / Satyendranath Tagore.
Q. ISRO-ৰ বৰ্তমান অধ্যক্ষ কোন?
Who is present chairman of ISRO ?
Ans:-ড⁰. এছ. সোমনাথ / Dr. S. Somanath.
Q.পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান কোন খন ৰাজ্যত অৱস্থিত?
In which state is Pench National Park located?
Ans:-মধ্যপ্রদেশ/ Madhya Pradesh.
Q.BBC-ৰ বৰ্তমানৰ অধ্যক্ষ কোন?
who is present chairman of BBC?
Ans:-ড⁰ সমীৰ শ্বাহ /Dr. Samir Shah.
Q.আমাৰ সৌৰজগতৰ নিম্নলিখিত কোনটো গ্ৰহৰ ভৰ আটাইতকৈ কম?
Which of the following planets of our solar system has least mass?
Ans:-বুধ গ্ৰহ/Mercury.
Q.মেক ইন ইণ্ডিয়া কাৰ্যসূচী কেতিয়া আৰম্ভ কৰা হৈছিল?
When was Make in India Programme started?
Ans:-September 25, 2014.
Q.কোন খন দেশে ২০২৩ চনত ‘মহিলা এছিয়ান চেম্পিয়নছ হকী ট্ৰফী’ জিকিছিল?
Which country won the ‘Women’s Asian Champions Hockey Trophy’ in 2023?
Ans:-ভাৰত/India.
Q.কোননদীৰ প্ৰসাৰক ৰাষ্ট্ৰীয় জলপথ-2 বুলি কোৱা হয়?
Which river stretch is known as National Waterways-2?
Ans:-ব্ৰহ্মপুত্ৰ/Brahmaputra.
Q. ৰাষ্ট্ৰীয় জলপথ-2 য়ে কোন দুখন চহৰক সংযোগ কৰে?
National waterway-2 connects which two cities?
Ans:-সাদিয়া আৰু ধুবুৰী / Sadiya and Dhubri.
Q.কয়লা কোন প্ৰকাৰৰ শিলৰ উদাহৰণ?
Coal is an example of which type of rock?
Ans:-পলসুৱা শিল /Sedimentary rock.
Q.নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল?
Who was the founder of Nalanda University?
Ans:-কুমাৰগুপ্ত/Kumargupta.
Q.কোন বছৰত নালন্দা বিশ্ববিদ্যালয় অৱশেষত ধ্বংস কৰা হৈছিল?
In which year, Nalanda University was finally destroyed?
Ans:-1193 AD
Q.নালন্দা বিশ্ববিদ্যালয় কোনে ধ্বংস কৰিছিল?
Who destroyed Nalanda University ?
Ans:-মুহাম্মাদ-বিন-বখতিয়াৰ / Muhammad-bin-Bhaktiyar.
Q.ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি?
Which is the highest mountain of india?
Ans:-কাঞ্চনজঙ্ঘা/Kanchenjunga

👍1
Notif_Comp_Operator_APSC_07_2024_13082024.pdf
369.2 KB
Notif_Comp_Operator_APSC_07_2024_13082024.pdf
👍1
Breakdancing 2024 চনত প্যাৰিছ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে।
বাংলাদেশত ভাৰতৰ বৰ্তমান হাইকমিছনাৰ হল প্ৰণয় কুমাৰ বাৰ্মা।