AssamCareer.com
114K subscribers
611 photos
75 files
9.15K links
Official telegram channel of AssamCareer.com

🖥: https://www.assamcareer.com

🧠: @arkaborah

📧 : editor@assamcareer.com

☎️: +91-3772-220000
Download Telegram
ASSEB এ ইতিমধ্যেই HSLC পৰীক্ষা ২০২৫ ৰ ফলাফল ঘোষণা কৰিছে। যিসকল প্ৰাৰ্থী তেওঁলোকৰ ফলাফলত সন্তুষ্ট নহয়, তেওঁলোকে উত্তৰপত্ৰ পুনঃপৰীক্ষণৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব।

https://www.assamcareer.com/2014/04/asseb-recheck-form.html

❗️❗️Join Our WhatsApp Channel: https://bit.ly/WAassamcareer
2025-2026 শিক্ষাবৰ্ষৰ বাবে HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া DARPAN প’ৰ্টেলৰ জৰিয়তে আৰম্ভ হব অহা 17th April 2025 ৰ পৰা। ছাত্ৰ-ছাত্ৰী সকলে ইয়াত অনলাইনযোগে আবেদন কৰিব পাৰে।

https://www.assamcareer.com/2021/07/assam-hs-admission.html

❗️❗️Join Our WhatsApp Channel: https://bit.ly/WAassamcareer
🌿 সকলোকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহাগে লৈ আনক সুখ,শান্তি আৰু সমৃদ্ধিৰ বতৰা।🌿
অসম চৰকাৰৰ জল সম্পদ বিভাগত ২১২ টা AE (Assistant Engineer) আৰু JE (Junior Engineer) পদ।

Link activated.

Link: https://www.assamcareer.com/2021/07/water-resources-department.html

❗️❗️Join Our WhatsApp Channel: https://bit.ly/WAassamcareer
ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২২ টা প্ৰফেছৰ, সহযোগী প্ৰফেছৰ আৰু সহকাৰী প্ৰফেছৰৰ পদৰ নিযুক্তিৰ বাবে এটা নিযুক্তি জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে।

https://www.assamcareer.com/2021/06/dibrugarh-university-faculty.html

❗️❗️Join Our WhatsApp Channel: https://bit.ly/WAassamcareer
APSC সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২৪ তলত দিয়া Programme অনুসৰি ২০২৫ চনৰ ৮ জুন (দেওবাৰ) তাৰিখে অনুষ্ঠিত হ'ব।

APSC Combined Competitive (Preliminary) Examination, 2024 will be held on 8th June, 2025 (Sunday) as per programme given below.

https://www.assamcareer.com/2021/07/apsc-cce-admit.html

❗️❗️Join Our WhatsApp Channel: https://bit.ly/WAassamcareer
2025-2026 শিক্ষাবৰ্ষৰ বাবে HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া DARPAN প’ৰ্টেলৰ জৰিয়তে আৰম্ভ হৈছে আজি 17th April 2025 ৰ পৰা। ছাত্ৰ-ছাত্ৰী সকলে ইয়াত অনলাইনযোগে আবেদন কৰিব পাৰে।

https://www.assamcareer.com/2021/07/assam-hs-admission.html

❗️❗️Join Our WhatsApp Channel: https://bit.ly/WAassamcareer
শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে (SSUHS) ২০২৫-২০২৬ শিক্ষাবৰ্ষৰ বাবে অসমৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহত B.Sc. নার্চিং পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই উদ্দেশ্যে ২০২৫ চনৰ ২২ জুন তাৰিখে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব।

https://www.assamcareer.com/2020/05/ssuhs-bsc-nursing-admission.html

❗️❗️Join Our WhatsApp Channel: https://bit.ly/WAassamcareer
Assam Engineering Service Recruitment Board (AESRB), Guwahati এ অসম চৰকাৰৰ অধীনত থকা ৰাজ্যিক ইঞ্জিনিয়াৰিং কলেজসমূহত 58 টা Assistant Professor (Technical and Non-Technical) পদৰ নিযুক্তিৰ বাবে ২ টা নিযুক্তি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Link activated.

https://www.assamcareer.com/2022/03/aesrb-recruitment.html

❗️❗️Join Our WhatsApp Channel: https://bit.ly/WAassamcareer
Navodaya Vidyalaya Samiti (NVS), Shillong Region এ ইয়াৰ অধীনস্থ জৱাহৰ নৱোদয় বিদ্যালয়সমূহত সম্পূৰ্ণৰূপে চুক্তিভিত্তিত PGT, TGT আৰু মহিলা ষ্টাফ নার্চ পদসমূহৰ নিযুক্তিৰ বাবে এটা নিযুক্তি বিজ্ঞপ্তি প্ৰকাশ কৰিছে।

https://www.assamcareer.com/2021/07/nvs-shillong-recruitment.html

❗️❗️Join Our WhatsApp Channel: https://bit.ly/WAassamcareer
Assam Agricultural University (AAU), Jorhat invites online applications for 28 Non-Teaching Posts including Junior Administrative Assistant, Junior Accountant, etc.

অসম কৃষি বিশ্ববিদ্যালয় (AAU), যোৰহাটে জুনিয়ৰ প্ৰশাসনিক সহায়ক, জুনিয়ৰ একাউন্টেন্ট আদিকে ধৰি মুঠ ২৮ টা Non-Teaching পদৰ বাবে অনলাইন আবেদন বিচাৰিছে।


অনলাইন আবেদন কৰিবলৈ তলৰ লিংকত ক্লিক কৰক।

https://www.assamcareer.com/2021/06/aau.html