সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল ?
Anonymous Quiz
69%
(A) ২ বছৰ ১১ মাহ ১৮ দিন
12%
(B) ৩ বছৰ ৭ মাহ
13%
(C) ১ বছৰ ১.১ মাহ ২০ দিন
7%
(D) ২ বছৰ ১০ মাহ ২০ দিন
❤9
✅ ইতিহাসপ্রসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি ?
Anonymous Quiz
23%
(ক) গুণাৰাম খনিকৰ
16%
(খ) দীপক খনিকৰ
54%
(গ) ঘনশ্যাম খনিকৰ
7%
(ঘ) ৰাধাশ্যাম খনিকৰ
❤7👏1
✅ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?
Anonymous Quiz
25%
(ক) ১৮৮৮ চনত
11%
(খ) ১৮৯০ চনত
28%
(গ) ১৮৯২ চনত
36%
(ঘ) ১৮৯৪ চনত
❤4👏1
✅ হস্তী-বিদ্যাৰ্ণৱ পুথিখনৰ লেখক কোন ?
Anonymous Quiz
6%
(ক) মণিৰাম দেৱান
18%
(খ) সূর্য কুমাৰ ভূঞা
5%
(গ) বেণুধৰ শৰ্মা
71%
(ঘ) সুকুমাৰ বৰকাইথ
❤5👏1
✅ 'বৰবৰুৱা' পদত প্রথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন ?
Anonymous Quiz
70%
(ক) মোমাই তামুলী
11%
(খ) হিতেশ্বৰ বৰবৰুৱা
14%
(গ) কীর্তিচন্দ্ৰ বৰবৰুৱা
6%
(ঘ) নুমলী বৰবৰুৱা,
👍1👏1
✅ প্রতি ২০ জন পাইকৰ ওপৰত থকা একোজন নিম্নবৰ্গৰ বিষয়াক ‘বৰা’; ১০০ জনৰ ওপৰত শইকীয়া'; ১০০০ জনৰ ওপৰত ‘হাজৰিকা’আদি বোলা হৈছিল । ৬০০০ জনৰ ওপৰত থকা বিষয়াজনক কি বোলা হৈছিল ?
Anonymous Poll
31%
(ক) বৰফুকন
29%
(খ) ফুকন
27%
(গ) ৰাজখোৱা
13%
(ঘ) বৰবৰুৱা
❤4😁3
✅ চেচামুখৰ যুদ্ধ (শৰাইঘাটৰ যুদ্ধ) কিমান চনত সংঘটিত হৈছিল ?
Anonymous Quiz
6%
(ক) ১৫৭০ চনত
66%
(খ) ১৬৭১ চনত
22%
(গ) ১৬৭২ চনত
6%
(ঘ) ১৫৭১ চনত
👏3❤1🤩1
✅অসম প্রাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিল?
Anonymous Quiz
15%
(ক) ১৯২০ চনৰ ২ জুনত
55%
(খ) ১৯২১ চনৰ ৫ জুনত
20%
(গ) ১৮৯৮ চনৰ ২২ জুনত
10%
(ঘ) ১৮৮১ চনৰ ২৮ জুনত
❤4👏1
2. Capital of Arunachal Pradesh —
Anonymous Quiz
4%
A. Pasighat
86%
B. Itanagar
10%
C. Tawang
1%
D. Ziro
❤2
❤2🔥1
6. Capital of Tripura —
Anonymous Quiz
5%
A. Udaipur
7%
B. Kailashahar
88%
C. Agartala
0%
D. Belonia
❤1
9. Capital of West Bengal —
Anonymous Quiz
3%
A. Durgapur
8%
B. Howrah
79%
C. Kolkata
10%
D. Siliguri
11. Capital of Uttar Pradesh —
Anonymous Quiz
10%
A. Kanpur
15%
B. Prayagraj
10%
C. Varanasi
65%
D. Lucknow
13. Capital of Gujarat —
Anonymous Quiz
48%
A. Ahmedabad
13%
B. Surat
3%
C. Vadodara
36%
D. Gandhinagar