PreparationAssam.com
9.11K subscribers
1.48K photos
44 videos
570 files
2.36K links
Preparation Assam offers MCQs, Mock Tests, GK, Quizzes & study materials for APSC, ADRE, Assam Police, TET, and Class 2–12 Questions Answers. Join Group for play Quiz : https://t.me/PreparationAssam_com
Download Telegram
10. চীনা পৰিব্ৰাজক হিউৱেন-চাঙে কোনজন ৰজাক ‘শেহতীয়া ৰজা’ বুলি উল্লেখ কৰিছিল ?
Anonymous Quiz
63%
(ক) ভাস্কৰবৰ্মন
23%
(খ) হৰ্ষবৰ্দ্ধন
8%
(গ) শশাংক
6%
(ঘ) সমুদ্রবর্মন
3🔥1
11. সূৰ্য্যৰপৰা পৃথিৱীলৈ পোহৰ আহি পাওতে কিমান সময় লাগে ?
Anonymous Quiz
16%
(a) 2 মিনিট
20%
(b) 4 মিনিট
54%
(c) ৪ মিনিট
10%
(d) 6 মিনিট
2
3. তলত দিয়া কোনটো ৰং প্রাথমিক নহয় ?
3
9
সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ড°ৰাজেন্দ্ৰ প্ৰসাদ । ইয়াৰ অস্থায়ী সভাপতিজন আছিল—
Anonymous Quiz
7%
(A) এইছ.এন কানজুৰ
31%
(B) কে.এম মুঞ্চী
16%
(C) এম.এম. মালভিয়া
45%
(D) সচিদানন্দ সিংহ
4
সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল ?
Anonymous Quiz
69%
(A) ২ বছৰ ১১ মাহ ১৮ দিন
12%
(B) ৩ বছৰ ৭ মাহ
13%
(C) ১ বছৰ ১.১ মাহ ২০ দিন
7%
(D) ২ বছৰ ১০ মাহ ২০ দিন
9
ইতিহাসপ্রসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি ?
Anonymous Quiz
23%
(ক) গুণাৰাম খনিকৰ
16%
(খ) দীপক খনিকৰ
54%
(গ) ঘনশ্যাম খনিকৰ
7%
(ঘ) ৰাধাশ্যাম খনিকৰ
7👏1
পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?
Anonymous Quiz
25%
(ক) ১৮৮৮ চনত
11%
(খ) ১৮৯০ চনত
28%
(গ) ১৮৯২ চনত
36%
(ঘ) ১৮৯৪ চনত
4👏1
'বৰবৰুৱা' পদত প্রথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন ?
Anonymous Quiz
70%
(ক) মোমাই তামুলী
11%
(খ) হিতেশ্বৰ বৰবৰুৱা
14%
(গ) কীর্তিচন্দ্ৰ বৰবৰুৱা
6%
(ঘ) নুমলী বৰবৰুৱা,
👍1👏1
প্রতি ২০ জন পাইকৰ ওপৰত থকা একোজন নিম্নবৰ্গৰ বিষয়াক ‘বৰা’; ১০০ জনৰ ওপৰত শ‍ইকীয়া'; ১০০০ জনৰ ওপৰত ‘হাজৰিকা’আদি বোলা হৈছিল । ৬০০০ জনৰ ওপৰত থকা বিষয়াজনক কি বোলা হৈছিল ?
Anonymous Poll
31%
(ক) বৰফুকন
29%
(খ) ফুকন
27%
(গ) ৰাজখোৱা
13%
(ঘ) বৰবৰুৱা
4😁3
চেচামুখৰ যুদ্ধ (শৰাইঘাটৰ যুদ্ধ) কিমান চনত সংঘটিত হৈছিল ?
Anonymous Quiz
6%
(ক) ১৫৭০ চনত
66%
(খ) ১৬৭১ চনত
22%
(গ) ১৬৭২ চনত
6%
(ঘ) ১৫৭১ চনত
👏31🤩1
অসম প্রাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিল?
Anonymous Quiz
15%
(ক) ১৯২০ চনৰ ২ জুনত
55%
(খ) ১৯২১ চনৰ ৫ জুনত
20%
(গ) ১৮৯৮ চনৰ ২২ জুনত
10%
(ঘ) ১৮৮১ চনৰ ২৮ জুনত
4👏1
2. Capital of Arunachal Pradesh —
Anonymous Quiz
4%
A. Pasighat
86%
B. Itanagar
10%
C. Tawang
1%
D. Ziro
2
3. Capital of Meghalaya —
Anonymous Quiz
8%
A. Tura
6%
B. Nongpoh
86%
C. Shillong
1%
D. Jowai
2🔥1
5. Capital of Nagaland —
Anonymous Quiz
82%
A. Kohima
14%
B. Dimapur
3%
C. Mokokchung
0%
D. Wokha
1. Capital of Assam —
Anonymous Quiz
85%
A. Dispur
13%
B. Guwahati
1%
C. Jorhat
0%
D. Tezpur
1
7. Capital of Mizoram —
Anonymous Quiz
3%
A. Lunglei
90%
B. Aizawl
7%
C. Champhai
0%
D. Serchhip
8. Capital of Sikkim —
Anonymous Quiz
4%
A. Namchi
5%
B. Gyalshing
91%
C. Gangtok
1%
D. Mangan