Pranjal The Learner 🫂🤗
42 subscribers
14 photos
1 video
4 files
69 links
Hii Guys 👋😊,
Let's learn and grow together 🫂☺️❤️.
Download Telegram
বিশ্বাসেই কৰিব পৰা নাই এতিয়ালৈকে 😭😭।‌ আজি আমি মাথো এজন গীতিকাৰ ক হেৰুৱা নাই,আজি আমি হেৰুৱালো অসমৰ আটাইতকৈ ডাঙৰ সম্পদ জনক,যিজন সম্পদৰ গানৰ অবিহনে কোনো এটা অনুষ্ঠানেই সম্ভৱ নহয় । যাৰ গীতেৰেই আমি ৰাতিপুৱাটো আৰম্ভ কৰোঁ আৰু গভীৰ ৰাতি টোপনি নহা লৈকে যাৰ গীত শুনো, তেওঁৱেই বুলে আজি আৰু আমাৰ মাজত নাই, কেনেকৈ মানি লওঁ মই এই কথাটো😭😭😭🙏🙏🙏🙏। মোৰ লগত আৰু একো শব্দ নাই🙏🙏🙏। ভগৱানেই তেওঁৰ আত্মাক চিৰ শান্তি দিয়ক,তাৰেই কামনা কৰিছোঁ 🙏🙏🙏
💔1
জুবিন দাৰ আদ্য শ্ৰাদ্ধ উপলক্ষে আমাৰ গাঁৱৰ প্ৰতিজন ল'ৰা য়ে আজি আমাৰ চুলি খুৰাই,তেওঁৰ প্ৰতি আমাৰ গভীৰ ভালপোৱা প্ৰকাশ কৰিলোঁ।

#JusticeForJubeenDa
🙏🙏🙏
1