Pranjal The Learner 🫂🤗
42 subscribers
14 photos
1 video
4 files
69 links
Hii Guys 👋😊,
Let's learn and grow together 🫂☺️❤️.
Download Telegram
🔥21👍1
Apunalokor fale kenekua asela Guys 🥵🤢??
🔥2
Please open Telegram to view this post
VIEW IN TELEGRAM
Guys, I have allowed everyone to message in this group now 😍💐🌸🔥. But, I am requesting to everyone that only do relevant message 🙏🙏,which can be useful for all of us.
Pranjal The Learner 🫂🤗 pinned «Guys, I have allowed everyone to message in this group now 😍💐🌸🔥. But, I am requesting to everyone that only do relevant message 🙏🙏,which can be useful for all of us.»
Good Evening Guys 👋. RRB NTPC Undergraduate examination's answer key is out now 😍🥹. Go and check your result 😉.
Pranjal The Learner 🫂🤗 pinned «Good Evening Guys 👋. RRB NTPC Undergraduate examination's answer key is out now 😍🥹. Go and check your result 😉.»
My Score is just 15 🤣🤣.
বিশ্বকৰ্মা পূজাৰ সকলোকে বহুত বহুত বেছি শুভকামনা জাছিলোঁ 🙏🫂❤️। আজিৰ এই সৃষ্টি আৰু দক্ষতা ৰ পবিত্ৰ দিনটোত‌ সকলোকে নিজৰ নিজৰ সৃষ্টিৰাজী আৰু দক্ষতাৰ বহুত বহুত শুভেচ্ছা জাছিলোঁ 🙏🙏
বিশ্বাসেই কৰিব পৰা নাই এতিয়ালৈকে 😭😭।‌ আজি আমি মাথো এজন গীতিকাৰ ক হেৰুৱা নাই,আজি আমি হেৰুৱালো অসমৰ আটাইতকৈ ডাঙৰ সম্পদ জনক,যিজন সম্পদৰ গানৰ অবিহনে কোনো এটা অনুষ্ঠানেই সম্ভৱ নহয় । যাৰ গীতেৰেই আমি ৰাতিপুৱাটো আৰম্ভ কৰোঁ আৰু গভীৰ ৰাতি টোপনি নহা লৈকে যাৰ গীত শুনো, তেওঁৱেই বুলে আজি আৰু আমাৰ মাজত নাই, কেনেকৈ মানি লওঁ মই এই কথাটো😭😭😭🙏🙏🙏🙏। মোৰ লগত আৰু একো শব্দ নাই🙏🙏🙏। ভগৱানেই তেওঁৰ আত্মাক চিৰ শান্তি দিয়ক,তাৰেই কামনা কৰিছোঁ 🙏🙏🙏
💔1