Q. Which country will become the first to host the FIFA World Cup three times in 2026?
📚. 2026 চনত কোন দেশ ফিফা বিশ্বকাপ তিনিবাৰ আয়োজন কৰা প্ৰথম দেশ হ'ব?
📚. 2026 চনত কোন দেশ ফিফা বিশ্বকাপ তিনিবাৰ আয়োজন কৰা প্ৰথম দেশ হ'ব?
Anonymous Quiz
28%
A) United States / আমেৰিকা যুক্তৰাষ্ট্ৰ
28%
B) Brazil / ব্ৰাজিল
40%
C) Mexico / মেক্সিকো
4%
D) Germany / জাৰ্মানী
❤1
📌. কিবা Question ভুল হ'লে Comments কৰিবা আৰু FIFA 2026 Question থাকিলে Comments কৰিবা।
❤1
Q. The song Mayabini Ratir Bukut was sung for which film?
📚. মায়াবিনী ৰাতিৰ বুকুত গীততি কোন খন চলচিত্ৰ গোৱা হৈছিল?
📚. মায়াবিনী ৰাতিৰ বুকুত গীততি কোন খন চলচিত্ৰ গোৱা হৈছিল?
Anonymous Quiz
11%
A) Roi Roi Binale / ৰয় ৰয় বিনালে
35%
B) Tumi Mur Mathu Mur / তুমি মুৰ মথু মুৰ
38%
C) Daag / দাগ
16%
D) Hiya Diya Niya / হিয়া দিয়া নিয়া
❤1
Q. INDIA Celebrates Independence Day in 2026
📚. ভাৰতে ২০২৬ চনত স্বাধীনতা দিৱস উদযাপন কৰে
📚. ভাৰতে ২০২৬ চনত স্বাধীনতা দিৱস উদযাপন কৰে
Anonymous Quiz
6%
A) 75th Independence Day / ৭৫ সংখ্যক স্বাধীনতা দিৱস
78%
B) 80th Independence Day / ৮০ সংখ্যক স্বাধীনতা দিৱস
13%
C) 79th Independence Day / ৭৯ সংখ্যক স্বাধীনতা দিৱস
3%
D) 85th Independence Day / ৮৫ সংখ্যক স্বাধীনতা দিৱস
❤1
Q. Who is known as the "Prem aru Rodalir Kobi" in Assamese literature?
📚. অসমীয়া সাহিত্যত "প্ৰেম আৰু ৰ'দালিৰ কবি" বুলি কাক জনা যায়?
📚. অসমীয়া সাহিত্যত "প্ৰেম আৰু ৰ'দালিৰ কবি" বুলি কাক জনা যায়?
Anonymous Quiz
49%
A) Hiren Bhattacharyya / হীৰেন ভট্টাচার্য
24%
B) Nilmani Phookan / নীলমণি ফুকন
21%
C) Nabakanta Barua / নৱকান্ত বৰুৱা
5%
D) Hem Barua / হেম বৰুৱা
Q. Who is the current President of Iran?
📚. ইৰাণৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন?
📚. ইৰাণৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন?
Anonymous Quiz
21%
A) Ebrahim Raisi / ইব্ৰাহিম ৰাইছি
26%
B) Hassan Rouhani / হাছান ৰৌহানী
38%
C) Masoud Pezeshkian / মাছুদ পেজেস্কিয়ান
16%
D) Mahmoud Ahmadinejad / মাহমুদ আহমদিনেজাদ
Q. Which country is hosting BRICS in 2026?
📚. 2026 চনত কোনখন দেশত ব্ৰিকছৰ (BRICS) আয়োজন কৰা হৈছিল?
📚. 2026 চনত কোনখন দেশত ব্ৰিকছৰ (BRICS) আয়োজন কৰা হৈছিল?
Anonymous Quiz
62%
A) India, Delhi / ভাৰত, দিল্লী
25%
B) Brazil, Brasília / ব্রাজিল, ব্রাজিলিয়া
8%
C) Shanghai, China / চাংহাই, চীন
5%
D) Russia, Kazan / ৰাছিয়া, কাজান
👍1
Q. According to the Election Commission of India, in order to be recognized as a National Party, a political party must be treated a recognized political party in at least how many states?
📚. ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে, ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাবে গণ্য হব লাগিব?
📚. ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে, ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাবে গণ্য হব লাগিব?
Forwarded from NOTEBOOK ASSAMESE (Mondip Sonowal)
Q. In India, the voting age has been reduced from 21 years to 18 years by the __ Constitutional Amendment Act, 1988.
📚. ভাৰতত __ সাংবিধানিক সংশোধনী আইন, ১৯৮৮ৰ দ্বাৰা ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰা হৈছে।
📚. ভাৰতত __ সাংবিধানিক সংশোধনী আইন, ১৯৮৮ৰ দ্বাৰা ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰা হৈছে।
Anonymous Quiz
6%
A) 60th
40%
B) 63rd
45%
C) 61st
9%
D) 62nd
❤1
Forwarded from Mondip Sonowal
Q. The minimum age for acquiring voting right in India was reduced from
21 years to 18 years, in the year
📚. কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্রাস কৰা হয়?
21 years to 18 years, in the year
📚. কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্রাস কৰা হয়?
Anonymous Quiz
26%
A) 1986 চনত
45%
B) 1988 চনত
17%
C) 1990 চনত
13%
D) 1992 চনত
❤1
Forwarded from Mondip Sonowal
Q. In which year did the British transfer the capital of India from Calcutta to
Delhi ?
📚. কোনটো বৰ্ষত বৃটিছে ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল?
Delhi ?
📚. কোনটো বৰ্ষত বৃটিছে ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল?
Anonymous Quiz
48%
A) 1911 চনত
38%
B) 1913 চনত
14%
C) 1907 চনত
0%
D) 1910 চনত