NOTEBOOK ASSAMESE
2.6K subscribers
272 photos
1 video
159 files
6 links
Download Telegram
🎲 Quiz '🔰 𝐀𝐥𝐥 𝐈𝐍𝐃𝐈𝐀𝐍 𝐃𝐀𝐍𝐂𝐄, 𝐂𝐥𝐚𝐬𝐬𝐢𝐜𝐚𝐥 𝐃𝐚𝐧𝐜𝐞𝐬, 𝐅𝐨𝐥𝐤 𝐚𝐧𝐝 𝐓𝐫𝐢𝐛𝐚𝐥 𝐃𝐚𝐧𝐜𝐞𝐬 𝐌𝐂𝐐𝐬 💃👯🕺'
𝘾𝙧𝙚𝙖𝙩𝙚𝙙 🅱Y᭄@Mondip_Sonowal
🖊 60 questions · 15 sec
👍1
Q. Who was the first Indian woman Awardee of ‘Bharat Ratna’?

📚. ‘ভাৰত ৰত্ন’ৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল?
Anonymous Quiz
7%
A) Sushma Swaraj / সুষমা স্বৰাজ
53%
B) Indira Gandhi / ইন্দিৰা গান্ধী
35%
C) Sarojini Naidu / সৰোজিনী নাইডু
5%
D) Pratima Puri / প্ৰতিমা পুৰী
3❤‍🔥1👍1
Q. Which of the following sports is related to the FIFA game?

📚. FIFA কোনটো খেলৰ সৈতে জড়িত?
Anonymous Quiz
15%
A) Cricket / ক্ৰিকেট
9%
B) Hockey / হকী
74%
C) Football / ফুটবল
2%
D) Candy / কেন্দি
👍1
T20 বিশ্বকাপৰ চেম্পিয়ন ভাৰত🏆🏆🇮🇳🇮🇳
8
Q. Which of the following countries did NOT play in the ICC Men's T20 World Cup 2026?

📚. ICC পুৰুষৰ T20 বিশ্বকাপ 2026 ত তলৰ দিয়া কোনখন দেশে অংশগ্ৰহণ কৰা নাছিল?
Anonymous Quiz
51%
(A) Bangladesh / বাংলাদেশ
28%
(B) Afganistan / আফগানিস্তান
14%
(C) Pakistan / পাকিস্তান
7%
(D) Australia / অষ্ট্ৰেলিয়া
Q. Who among the following was the chairman of Planning Commission when the First Five Year plan was started?

📚. প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰাৰ সময়ত পৰিকল্পনা আয়োগৰ অধ্যক্ষ তলৰ কোন আছিল?
Anonymous Quiz
28%
A) Sardar Vallabhbhai Patel / চৰ্দাৰ বল্লভভাই পেটেল
22%
B) Harendra Coomar Mookerjee / হৰেন্দ্ৰ কুমাৰ মুকাৰ্জী
42%
C) Jawaharlal Nehru / জৱাহৰলাল নেহৰু
8%
D) Rajendra Prasad / ৰাজেন্দ্ৰ প্ৰসাদ
Q. What was the theme of the 77th Republic Day of India parade in 2026?

📚. ২০২৬ চনত ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ বিষয়বস্তু কি আছিল?
Anonymous Quiz
22%
A) Ek Bharat Shreshtha Bharat / এক ভাৰত শ্ৰেষ্ঠ ভাৰত
23%
B) Amrit Kaal: The Rise of Bharat / অমৃত কালঃ ভাৰতৰ উত্থান
35%
C) Viksit Bharat @2047 / বিক্ষিত ভাৰত @২০৪৭
20%
D) 150 years of Vande Mataram / বন্দে মাতৰমৰ ১৫০ বছৰ
Q. The traditional Assamese bell metal industry is found in

📚. পৰম্পৰাগত অসমীয়া বেল ধাতু উদ্যোগত পোৱা যায়
Anonymous Quiz
12%
A) Jamuguri / জামুগুৰি
55%
B) Sarthebari / সৰ্থেবাৰী
31%
C) Asharikandi / আশৰিকান্দি
2%
D) Dhemaji / ধেমাজি
1
Q. Which district has established the newly established Lavlina Bargohai Sports Arena in Assam -

📚. অসমত নতুনকৈ লাভলিনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ কোন খন জিলাত প্ৰতিষ্ঠা কৰা হৈছে -
Anonymous Quiz
15%
A) Dibrugarh, Assam / ডিব্ৰুগড়, অসম
43%
B) Lakhimpur, Assam / লক্ষিমপুৰ, অসম
33%
C) Golaghat, Assam / গোলাঘাট, অসম
8%
D) Guwahati, Assam / গুৱাহাটী, অসম
Forwarded from 𝗠𝗼𝗻𝗱𝗶𝗽 𝗦𝗼𝗻𝗼𝘄𝗮𝗹
Q. In which district of Assam is the Peacock Island in the river Brahmaputra located?

📚. ব্ৰহ্মপুত্ৰ নদীৰ ময়ুৰ দ্বীপ অসমৰ কোনখন জিলাত অৱস্থিত?
Anonymous Quiz
10%
A) Goalpara / গোৱালপাৰা
13%
B) Dhemaji / ধেমাজি
69%
C) Kamrup (Metro) / কামৰূপ (মেট্ৰ')
8%
D) Jorhat / যোৰহাট
Q. Where is Buland Darwaza siituated?

📚. বুলেণ্ড দৰৱাজা ক'ত অৱস্থিত?
Anonymous Quiz
12%
A) Agra / আগ্ৰা
80%
B) Fatehpur Sikri / ফতেহপুৰ ছিক্ৰী
7%
C) Bharatpur / ভাৰতপুৰ
1%
D) Badaum / বদৌম
Q. The English Education Act of 1835 was introduced to put an end to Indian traditional education in Sanskrit and Persian and to introduce English education in the country. Who was the Governor General who implemented the Act?

📚. সংস্কৃত আৰু পাৰ্চী ভাষাৰ ভাৰতীয় পৰম্পৰাগত শিক্ষাৰ অন্ত পেলাবলৈ আৰু দেশত ইংৰাজী শিক্ষাৰ প্ৰৱৰ্তনৰ বাবে ১৮৩৫ চনৰ ইংৰাজী শিক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল। আইনখন কাৰ্যকৰী কৰা গৱৰ্ণৰ জেনেৰেল কোন আছিল?
Q. The Department of Revenue and Disaster Management, Government of Assam has developed an online portal called 'Mission Basundhara', 2022 for citizen of Assam which will enable the people to apply for

📚. অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে অসমৰ নাগৰিকৰ বাবে ‘মিছন বসুন্ধৰা’, ২০২২ নামৰ এটা অনলাইন পৰ্টেল প্ৰস্তুত কৰিছে যাৰ বাবে ৰাইজে আবেদন কৰিব পাৰিব

(A) land-related services in all districts of Assam / অসমৰ সকলো জিলাতে ভূমি সম্পৰ্কীয় সেৱা

(B) relief to flood-affected people in rural areas of the State / ৰাজ্যৰ গ্ৰামাঞ্চলৰ বানপীড়িত লোকসকলক সাহায্য প্ৰদান

(C) financial assistance from the government to preserve wet-land / আৰ্দ্ৰ-ভূমি সংৰক্ষণৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য

(D) pension-related grievances of retired government officials / অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ পেঞ্চন সম্পৰ্কীয় অভিযোগ
1
💃🎉সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🎉🎉
6
🎲 Quiz 'ব'হাগ বিহু উপলক্ষে নাচনী আৰু ঢোলীয়া সকলৰ কুইজ কিন্তু Competitive Exam কাৰণে নহয়।'
𝘾𝙧𝙚𝙖𝙩𝙚𝙙 🅱Y᭄@Mondip_Sonowal
🖊 50 questions · 15 sec