Forwarded from Mondip Sonowal
Q. The Khilafat Movement was associated with which of the following communities?
📚. খিলাফত আন্দোলন তলৰ কোনটো জনগোষ্ঠীৰ সৈতে জড়িত আছিল?
📚. খিলাফত আন্দোলন তলৰ কোনটো জনগোষ্ঠীৰ সৈতে জড়িত আছিল?
Anonymous Quiz
6%
A) Hindu / হিন্দু
66%
B) Muslim / মুছলমান
22%
C) Sikh / শিখ
6%
D) Christian / খ্ৰীষ্টান
Q. Where is the headquarters of the North Eastern Railways?
📚. উত্তৰ-পূব ৰে’লৱেৰ মুখ্য কাৰ্যালয় ক’ত?
📚. উত্তৰ-পূব ৰে’লৱেৰ মুখ্য কাৰ্যালয় ক’ত?
Anonymous Quiz
6%
A) Hajipur / হাজীপুৰ
38%
B) Kolkata / কলকাতা
22%
C) Jabalpur / জবলপুৰ
34%
D) Gorakhpur / গোৰখপুৰ
❤2
Q. Which day is known as the shortest day of the year?
📚. কোনটো দিনক বছৰৰ আটাইতকৈ চুটি দিন বুলি জনা যায়?
📚. কোনটো দিনক বছৰৰ আটাইতকৈ চুটি দিন বুলি জনা যায়?
Anonymous Quiz
20%
A) June 21
17%
B) March 21
17%
C) September 23
47%
D) December 22
👍4❤2❤🔥1
Forwarded from Mondip Sonowal
Q. Which is the longest day of the year?
📚. বছৰৰ আটাইতকৈ দীঘলীয়া দিনটো কোনটো?
📚. বছৰৰ আটাইতকৈ দীঘলীয়া দিনটো কোনটো?
Anonymous Quiz
8%
21 May
63%
21 June
22%
22 December
7%
25 December
👍4
Forwarded from Mondip Sonowal
Q. On which date are day and night equal on Earth?
📚. কোন তাৰিখে পৃথিৱীত দিন আৰু ৰাতি সমান?
📚. কোন তাৰিখে পৃথিৱীত দিন আৰু ৰাতি সমান?
Anonymous Quiz
15%
A) 21st March and 22nd December
32%
B) 21st June and 23rd September
34%
C) 21st June and 22nd December
19%
D) 21st March and 23rd September
❤3👍1
Forwarded from Mondip Sonowal
Q. Which of the following is the plant important in sericulture?
📚. ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে
📚. ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে
Anonymous Quiz
6%
(A) Cassia / সোণাৰু
43%
(B) Jute / মৰাপাট
4%
(C) Pea / মটৰ
48%
(D) Mul berry / নুনী
❤3👍2
Q. "Territorial Water" means
📚. "Territorial Water " মানে
📚. "Territorial Water " মানে
Anonymous Quiz
32%
A)The water found in a Country in form of rivers and lakes etcএখন দেশলৈ নদী, হ্রদ আদিৰ পৰা পোৱা পানী
26%
(B) The water which is supplied to other Countries / আন দেশ সৰবৰাহ কৰা পানী
31%
(C) Water of sea located close to the coast of a Country / এখন দেশৰ কাষৰীয়া সাগৰৰ পানী
11%
(D) Water secured from other Countries / আন দেশৰ পৰা সংৰক্ষিত পানী
❤2
Forwarded from Mondip Sonowal
Q. Who said "Man is a political animal" ?
📚. মানুহ ৰাজনৈতিক প্রাণী “বুলি কোনে কৈছিল”?
📚. মানুহ ৰাজনৈতিক প্রাণী “বুলি কোনে কৈছিল”?
Anonymous Quiz
19%
(A) Socrates / চক্রটিছ
32%
(B) Plato / প্লেটো
11%
(C) Dante / ডান্টে
38%
(D) Aristotle / এৰিষ্টটল
❤1
Q. The Autobiography "Living History" has been authored by
📚. "Living History" নামৰ আত্মীজীৱনীৰ লেখক হ'ল -
📚. "Living History" নামৰ আত্মীজীৱনীৰ লেখক হ'ল -
Anonymous Quiz
31%
(A) Margaret Thatcher / মার্গোৰেট থেচাৰ
24%
(B) Benazir Bhutto / বেনজিৰ ভুট্টো
23%
(C) Monica Lewinsky / মণিকা লিউনক্সি
22%
(D) Hillary Clinton / হিলাৰি ক্লিনটন
❤2
Forwarded from Mondip Sonowal
Q. "Ek Saran Naam Dharma" was established by Srimanta Sankardev during which King's time?
📚. কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে "এক শৰণ নাম ধৰ্ম” প্রতিষ্ঠা কৰিছিল?
📚. কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে "এক শৰণ নাম ধৰ্ম” প্রতিষ্ঠা কৰিছিল?
Anonymous Quiz
7%
(A) Chilarai / চিলাৰায়
74%
(B) Naranarayan / নৰণাৰায়ণ
15%
(C) Bhaskar Varman / ভাস্কৰ বৰ্মন
4%
(D) Vishwa Singha / বিশ্ব সিংহ
❤3👍1
Q. Whose daughter was Amrita Prabha who got married to Kashmiri Prince Meghavahana?
📚. অমৃতা প্রভা কাৰ জীয়ৰী আছিল যি কাশ্মিৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল?
📚. অমৃতা প্রভা কাৰ জীয়ৰী আছিল যি কাশ্মিৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল?
Anonymous Quiz
25%
(A) Bhuti Varman / ভূতি বর্মন
18%
(B) Kalyan Varman / কল্যাণ বর্মন
28%
(C) Bhaskar Varman / ভাস্কৰ বৰ্মন
29%
(D) Bala Varman / বল বর্মন
👍2
Q. Which Temple was built during Salastambha Dynasty ?
📚. শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল?
📚. শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল?
Anonymous Quiz
26%
(A) Bhubneshwari / ভূৱনেশ্বৰী
16%
(B) Kamakhya / কামাখ্যা
17%
(C) Mahamaya / মহামায়া
40%
(D) Mahabhairab / মহাভৈৰৱ
❤1
Q. In which year the first Saraighat Bridge in Guwahati was constructed?
📚. গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল?
📚. গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল?
Anonymous Quiz
10%
(A) 1952
15%
(B) 1960
70%
(C) 1962
5%
(D) 1965
👍1
Q. In which year did the Khilafat Movement start?
📚. খিলাফত আন্দোলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?
📚. খিলাফত আন্দোলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?
Anonymous Quiz
16%
A) 1922 চনত
29%
B) 1923 চনত
42%
C) 1919 চনত
12%
D) 1921 চনত
👍3
Q. The Khilafat Movement ended in which year?
📚. খিলাফত আন্দোলনৰ কোন বছৰত অন্ত পৰিছিল?
📚. খিলাফত আন্দোলনৰ কোন বছৰত অন্ত পৰিছিল?
Anonymous Quiz
18%
A) 1920
48%
B) 1922
22%
C) 1924
12%
D) 1930
🥰2👍1
Forwarded from Mondip Sonowal
Q. Who is considered to be the promoter of the Bhakti Movement in Bengal?
📚. বঙ্গদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনৰ ভাগ লৈছিল?
📚. বঙ্গদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনৰ ভাগ লৈছিল?
Anonymous Quiz
16%
A) Kabir / কবীৰ
51%
B) Chaitanya / চৈতন্য
18%
C) Mirabai / মিৰাবাই
15%
D) Tulsidas / তুলসীদাস
👍3🥰1
Forwarded from Mondip Sonowal
Q. Which among the following was the son of the Mughal emperor Shahjahan?
📚. তলৰ কোন আছিল মোগল সম্ৰাট শ্বাহজাহানৰ পুত্ৰ?
📚. তলৰ কোন আছিল মোগল সম্ৰাট শ্বাহজাহানৰ পুত্ৰ?
Anonymous Quiz
16%
A) Akbar / আকবৰ
52%
B) Jahangir / জাহাংগীৰ
14%
C) Shah Jahan / শ্বাহজাহান
18%
D) Bahadur Shah / বাহাদুৰ শ্বাহ
🥰2
Forwarded from Mondip Sonowal
Q. Where was Humayun's son Akbar placed on the Mughal throne after the accidental death of Humayun?
📚. হুমায়ুৰ আকস্মিক মৃত্যুৰ পিছত হুমায়ুৰ পুত্ৰ আকবৰক মোগলৰ সিংহাসনত ক’ত ৰখা হৈছিল?
📚. হুমায়ুৰ আকস্মিক মৃত্যুৰ পিছত হুমায়ুৰ পুত্ৰ আকবৰক মোগলৰ সিংহাসনত ক’ত ৰখা হৈছিল?
Anonymous Quiz
27%
A) Lahore / লাহোৰ
32%
B) Sirhind / ছিৰহিন্দ
31%
C) Kalnaur / কলনৌৰ
11%
D) Kabul / কাবুল
👍2
Forwarded from Mondip Sonowal
Q. Who was the founder of the Maurya dynasty?
📚. মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
📚. মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
Anonymous Quiz
9%
A) Chandragupta II / চন্দ্ৰগুপ্ত দ্বিতীয়
87%
B) Chandragupta Maurya / চন্দ্ৰগুপ্ত মৌৰ্য
2%
C) Vishnugupta / বিষ্ণুগুপ্ত
2%
D) Ashoka / অশোক
👍2🥰1
Forwarded from Mondip Sonowal
Q. Who was elected as President of the All India Khilafat Conference in 1919?
📚. 1919 চনত সৰ্বভাৰতীয় খিলাফত সন্মিলনৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল?
📚. 1919 চনত সৰ্বভাৰতীয় খিলাফত সন্মিলনৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল?
Anonymous Quiz
11%
A) Mahatma Gandhi / মহাত্মা গান্ধী
43%
B) Mohammad Ali Jinnah / মহম্মদ আলী জিন্না
38%
C) Maulana Shaukat Ali / মৌলানা শৌকত আলী
8%
D) Motilal Nehru / মতিলাল নেহৰু