Q. Which Ahom king dug the Jaisagar Pond?
📚. কোনজন আহোম ৰজাই জয়সাগৰৰ পুখুৰী খন্দাইছিল?
📚. কোনজন আহোম ৰজাই জয়সাগৰৰ পুখুৰী খন্দাইছিল?
Anonymous Quiz
64%
A) Rudra Singh / ৰুদ্ৰ সিংহ
24%
B) Gadadhar Singh / গদাধৰ সিংহ
11%
C) Pratap Singh / প্রতাপ সিংহ
1%
D) Chuhungmu / চুহুংমুং
❤1👍1
Q. Hiuen Tsang was invited to Assam by?
📚. হিউৱেন চাংক অসমলৈ আমন্ত্রণ জনোৱা হৈছিল?
📚. হিউৱেন চাংক অসমলৈ আমন্ত্রণ জনোৱা হৈছিল?
Anonymous Quiz
6%
A) Samudra Barman / সমুদ্র বর্মন
7%
B) Mahendra Barman / মহেন্দ্র বর্মন
81%
C) Kumar Vaskar Barman / কুমাৰ ভাস্কৰ বৰ্মন
6%
D) Pushya Barman / পুষ্য বর্মন
👍1
Q. Who is the author of the first Assamese Bilator Sithi "Letters from?
📚. প্রথম অসমীয়া ভ্রমণ কাহিনী "বিলাতৰ চিঠি "ৰ লেখক কোন?
📚. প্রথম অসমীয়া ভ্রমণ কাহিনী "বিলাতৰ চিঠি "ৰ লেখক কোন?
Anonymous Quiz
7%
A) Bhattadeva / ভট্টদেৱ
42%
B) Anand Chandra Agrawal / আনন্দ চন্দ্ৰ আগৰৱালা
14%
C) Harkant Majumder / হৰকান্ত মজুমদাৰ
36%
D) Gyanadaviram Baroua / জ্ঞানদাভিৰাম বৰুৱা
👍1
Q. Who was the first person to print the "Kirtan Ghosha" by Srimanta Sankardeva?
📚. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত "কীৰ্তন ঘোষা"খন সৰ্বপ্ৰথম কোনগৰাকী ব্যক্তিয়ে ছপা কৰি উলিয়াইছিল?
📚. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত "কীৰ্তন ঘোষা"খন সৰ্বপ্ৰথম কোনগৰাকী ব্যক্তিয়ে ছপা কৰি উলিয়াইছিল?
Anonymous Quiz
14%
A) Chandra Prasad Shaikia / চন্দ্র প্রসাদ শইকীয়া
21%
B) Shyama Prasad Sharma / শ্যামাপ্রসাদ শর্মা
49%
C) Haribilas Agrawal / হৰিবিলাস আগৰৱালা
16%
D) Sharat Chandra Goswami / শৰৎচন্দ্ৰ গোস্বামী
👍1🙏1
Q. What is the name of the first play written by Sankaradeva?
📚. শংকৰদেৱৰ ৰচিত প্ৰথম অংকীয়া নাটখনৰ নাম কি?
📚. শংকৰদেৱৰ ৰচিত প্ৰথম অংকীয়া নাটখনৰ নাম কি?
Anonymous Quiz
31%
A) Ram Vijay / ৰাম বিজয়
35%
B) Rukmini Haraan / ৰুক্মিণী হৰণ
23%
C) Potni Prosad / পত্নী প্রসাদ
12%
D) Parijat Haran / পাৰিজাত হৰণ
👍1
Q. What is the number of plays written by Sankaradeva?
📚. শংকৰদেৱৰ ৰচিত অংকীয়া নাটৰ সংখ্যা কিমান?
📚. শংকৰদেৱৰ ৰচিত অংকীয়া নাটৰ সংখ্যা কিমান?
Anonymous Quiz
16%
A) 5 খন
42%
B) 7 খন
39%
C) 6 খন
4%
D) 7 খন
👍1
👍1
👍2
❤3👍1
📚. যদি কোনো আয়তাকাৰ ক্ষেত্ৰৰ দৈৰ্ঘ্য 30 মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ হয় তেন্তে ইয়াৰ পৰিধি বিচাৰক।
Anonymous Quiz
14%
90 মিটাৰ
39%
50 মিটাৰ
40%
100 মিটাৰ
7%
80 মিটাৰ
❤2👍1
Q. First Assamese colour film is --
📚. অসমৰ প্ৰথমখন ৰঙীন চলচ্চিত্র হৈছে --
📚. অসমৰ প্ৰথমখন ৰঙীন চলচ্চিত্র হৈছে --
Anonymous Quiz
7%
A) Sandhya Raag / সন্ধ্যাৰাগ
79%
B) Bhaiti / ভাইটি
4%
C) Bristi / বৃষ্টি
11%
D) Era Batar Sur / এৰা বাটৰ সুৰ
❤2👍1
Q. The first ever Assamese magazine was published from Kolkata was -----
📚. কলকাতাৰ পৰা প্ৰথম প্ৰকাশ পোৱা অসমীয়া আলোচনীখন আছিল ----
📚. কলকাতাৰ পৰা প্ৰথম প্ৰকাশ পোৱা অসমীয়া আলোচনীখন আছিল ----
Anonymous Quiz
52%
A) Jonaki / জোনাকী
33%
B) Bahi / বাঁহী
7%
C) Usha / উষা
8%
D) Bijuli / বিজুলী
👍2
Q. First Assamese magazine to have introduced cartoon was -
📚. কার্টুনৰ প্ৰচলন কৰা প্ৰথম অসমীয়া আলোচনীখন আছিল -
📚. কার্টুনৰ প্ৰচলন কৰা প্ৰথম অসমীয়া আলোচনীখন আছিল -
Anonymous Quiz
17%
A) Jonaki / জোনাকী
38%
B) Bijuli / বিজুলী
16%
C) Usha / উষা
29%
D) Bahi / বাঁহী
Q. The first Assamese film to win the National Film Award for the Best Feature Film is --
📚. শ্রেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে --
📚. শ্রেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে --
Anonymous Quiz
21%
A) Village Rockstars / ভিলেজ ৰকষ্টাৰ
24%
B) Chameli Memsaab / চামেলি মেমচাব
19%
C) Piyali Phukan / পিয়লি ফুকন
36%
D) Halodhia Choraye Baodhan Khai / হালধীয়া চৰায়ে বাওধান খায়
❤2
Q. In which Assamese film Dr. Bhupen Hazarika make his debut as an actor -cum- singer in 1939?
📚. ১৯৩৯ চনত কোনখন অসমীয়া ছবিত ড° ভূপেন হাজৰিকাই অভিনেতা -সহ- গায়ক হিচাপে আত্মপ্রকাশ কৰে?
📚. ১৯৩৯ চনত কোনখন অসমীয়া ছবিত ড° ভূপেন হাজৰিকাই অভিনেতা -সহ- গায়ক হিচাপে আত্মপ্রকাশ কৰে?
Anonymous Quiz
6%
A) Joymati / জয়মতী
42%
B) Indramalati / ইন্দ্ৰমালতী
50%
C) Era Batar Sur / এৰা বাটৰ সুৰ
3%
D) Manomati / মনোমতী
👍2
📚. যদি 20 জন মানুহে কোনো এটা কাম কৰিবলৈ 20 দিন লাগে। তেন্তে 40 জন ব্যক্তিয়ে সেই কামটো কৰিব লৈ কিমান দিন লাগিব?
Anonymous Quiz
6%
30 দিন
30%
20 দিন
61%
10 দিন
3%
15 দিন
👍2
❤🔥2👍1
❤2👍1
👍3
👍2
Q. Which article of the Constitution of India gives the power of judicial review ?
📚. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা দিয়া হৈছে ?
📚. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা দিয়া হৈছে ?
Anonymous Quiz
19%
A) Article 13
34%
B) Article 14
32%
C) Article 19
15%
D) Article 21
👍2