NOTEBOOK ASSAMESE
2.6K subscribers
272 photos
1 video
159 files
6 links
Download Telegram
Q. What was the first capital of the Chutia Kingdom?

📚. চুতীয়া ৰাজবংশৰ প্ৰথম ৰাজধানী কি আছিল?
Anonymous Quiz
48%
A) Maibang / মাইবং
9%
B) Hajo / হাজো
34%
C) Swarnagiri / স্বৰ্ণগিৰি
9%
D) Jorhat / যোৰহাট
👍1
Q. How many were the capitals of the Ahom?

📚. আহোমৰ ৰাজধানী কেইখন আছিল?
Anonymous Quiz
35%
A) 4
35%
B) 6
19%
C) 5
10%
D) 7
👍1
Q. The Mundra Port, India’s largest private port, is located in:

📚. ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বন্দৰ মুন্দ্ৰা বন্দৰটো নিম্নোক্ত স্থানত অৱস্থিত:
Anonymous Quiz
20%
A) Andhra Pradesh / অন্ধ্ৰ প্ৰদেশ
39%
B) Maharashtra / মহাৰাষ্ট্ৰ
31%
C) Gujarat / গুজৰাট
11%
D) Tamil Nadu / তামিলনাডু
👍1
📚. এটা মূল্য প্ৰথমে 10% আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হয়। নিকা শতাংশ বৃদ্ধি কিমান?
Anonymous Quiz
11%
(A) 31
35%
(B) 33
32%
(C) 32
23%
(D) 30
👍1
Q. Patna is situated on the bank of which river?

📚. পাটনা কোনখন নদীৰ পাৰত অৱস্থিত?
Anonymous Quiz
28%
(A) Yamuna / যমুনা
44%
(B) Ganges / গংগা
21%
(C) Narmada / নৰ্মদা
7%
(D) Sutlej / ছাটলেজ
👍1
Q. Lala Lajpat Rai's death is related to which of the following incident?

📚. লালা লাজপত ৰায়ৰ মৃত্যু তলৰ কোনটো ঘটনাৰ লগত জড়িত?
Anonymous Quiz
24%
(A) Chora theft scandal / চোৰা চুৰি কেলেংকাৰী
44%
(B) Simon Commission / চাইমন কমিচন
27%
(C) Non - Cooperation Movement / অ - সহযোগিতা আন্দোলন
5%
(D) None of these / এইবোৰৰ কোনোটোৱেই নহয়
❤‍🔥1👍1
Q. Who was the ruler of India at the time of the arrival of the East India Company?

📚. ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ সময়ত ভাৰতৰ শাসক কোন আছিল?
Anonymous Quiz
36%
(A) Aurangzeb / ঔৰংজেব
19%
(B) Humayun / হুমায়ুন
36%
(C) Jahangir / জাহাংগীৰ
9%
(D) Shahjahan / শ্বাহজাহান
👍1
Q. Who was the first black president of South Africa?

📚. দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি কোন আছিল?
Anonymous Quiz
12%
(A) Napoleon Bonaparte / নেপোলিয়ন বোনাপাৰ্ট
73%
(B) Nelson Mandela / নেলছন মেণ্ডেলা
13%
(C) Johannesburg / জোহান্সবাৰ্গ
3%
(D) None of these / এইবোৰৰ কোনোটোৱেই নহয়
👍1🔥1
Q. What is the capital of Andaman and Nicobar Islands?

📚. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি?
Anonymous Quiz
5%
A) Imphal / ইম্ফল
81%
B) Port Blair / প'ৰ্ট ব্লেয়াৰ
12%
C) Aizawl / আইজল
1%
D) Shimla / শিমলা
👍1🥰1
👍1🥰1
Q. What was the name of the rover of Chandrayaan - 2?

📚. চন্দ্ৰযান -2 ৰ ৰভাৰখনৰ নাম কি আছিল?
Anonymous Quiz
42%
(A) Pragyan / প্ৰজ্ঞান
14%
(B) Vyommitra / ব্যোমমিত্ৰ
41%
(C) Vikram / বিক্ৰম
4%
(D) Orbiter / অৰ্বিটাৰ
👍1🥰1
Q. Yamuna River is the tributary of which of the following river?

📚. যমুনা নদী তলৰ কোনখন নদীৰ উপনৈ?
Anonymous Quiz
16%
(A) Indus River / সিন্ধু নদী
15%
(B) Brahmaputra River / ব্ৰহ্মপুত্ৰ নদী
58%
(C) Ganga River / গংগা নদী
11%
(D) Godavari River / গোদাবৰী নদী
👍1
Q. Modhera Sun Temple is situated at:

📚. মধেৰা সূৰ্য্য মন্দিৰ অৱস্থিত:
Anonymous Quiz
13%
A) Jharkhand / ঝাৰখণ্ড
44%
B) Madhya Pradesh / মধ্য প্ৰদেশ
17%
C) Gujarat / গুজৰাট
26%
D) Odisha / ওড়িশা
❤‍🔥3👍31
Forwarded from Mondip Sonowal
Q. The 93rd Indian Air Force Day Celebration, 2025 was held in which place of Assam?

📚. 2025 বৰ্ষত অনুষ্ঠিত হোৱা 93 সংখ্যাক ভাৰতীয় বায়ু সেনা দিৱস অসমৰ কোন ঠাইত পালন কৰা হৈছিল?
Anonymous Quiz
76%
A) Lachit Ghat / লাচিত ঘাট
11%
B) Mumbai / মুম্বাই
10%
C) Varanasi / বাৰাণসী
3%
D) Banglore / বাংগালুৰু
👍2🥰1
Q. Who was the first Indian to receive the Nobel Prize ?

📚. ভাৰতীয় নোবেল বঁটা লাভ কৰা প্ৰথম জন ব্যক্তি কোন আছিল?
Anonymous Quiz
18%
A) Dr C V Raman / ডাঃ চি ভি ৰমন
6%
B) V S Naipaul / ভি এছ নাইপল
20%
C) Mother Teresa / মাদাৰ টেৰেছা
55%
D) Rabindra Nath Tagore / ৰবীন্দ্ৰ নাথ ঠাকুৰ
👍3🔥1
Q. Who won the 2024 Nobel Peace Prize for their significant contributions to global peace and disarmament efforts?

📚. বিশ্ব শান্তি আৰু নিৰস্ত্ৰকৰণৰ প্ৰচেষ্টাত উল্লেখযোগ্য অৱদানৰ বাবে 2024 চনৰ শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছিল?
Anonymous Quiz
29%
A) Antonio Guterres / এণ্টনিঅ' গুটেৰেছ
47%
B) Nihon Hidankyo / নিহোন হিডাংকিয়ো
7%
C) Al Gore / আল গোৰ
17%
D) Greta Thunberg / গ্ৰেটা থানবাৰ্গ
👍2
Q. Rabindranath Tagore got the Nobel Prize for Literature, for his work_.

📚. ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰে, তেওঁৰ কৰ্ম_ৰ বাবে।
Anonymous Quiz
67%
A) Gitanjali / গীতাঞ্জলি
29%
B) Rabindra Sangeet / ৰবীন্দ্ৰ সংগীত
3%
C) Gora / গোৰা
1%
D) Ghare­ Bhaire / ঘৰে ভৈৰে
👍1🥰1
Q. In which year did Rabindranath Tagore receive the Nobel Prize in Literature?

📚. কোন বছৰত ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল?
Anonymous Quiz
17%
A) 1905 চনত
64%
B) 1913 চনত
13%
C) 1920 চনত
7%
D) 1930 চনত
👍1🥰1