Q. Which motif appears in the new currency note of INR 200?
📚. ২০০ টকাৰ নতুন মুদ্ৰা নোটত কোনটো মটিফ দেখা যায়?
📚. ২০০ টকাৰ নতুন মুদ্ৰা নোটত কোনটো মটিফ দেখা যায়?
Anonymous Quiz
16%
A) Sun Temple / সূৰ্য্য মন্দিৰ
26%
B) Rani ki Vav / ৰাণী কি বাভ
15%
C) Red Fort / ৰেত ফুট
42%
D) Sanchi Stupa / সাঁচি স্তুপ
❤2👍1
Q. The new Rs. 500 currency note of India has the motif of which among the following on the reverse side?
📚. ভাৰতৰ নতুন ৫০০ টকা মুদ্ৰাৰ নোটত তলৰ ফালে কোনটোৰ মটিফ আছে?
📚. ভাৰতৰ নতুন ৫০০ টকা মুদ্ৰাৰ নোটত তলৰ ফালে কোনটোৰ মটিফ আছে?
Anonymous Quiz
43%
(A) Red Fort / ৰেত ফুট
31%
(B) Parliament House / সংসদ ভৱন
17%
(C) Gandhi Sagar Dam / গান্ধীসাগৰ বান্ধ
9%
(D) Swachh Bharat Logo / স্বচ্ছ ভাৰতৰ ল’গ’
❤1👍1
Forwarded from Assam Gyankosh (Abhijit Gogoi)
Media is too big
VIEW IN TELEGRAM
💥 নৱেম্বৰ মাহৰ ভিতৰতেই অসম আৰক্ষীৰ নিযুক্তি প্ৰদান কৰা হব। নিযুক্তি প্ৰদানৰ পিছদিনাই অসম আৰক্ষীত নতুনকৈ 4000 পদৰ আবেদন প্ৰকাশ পাব : মুখ্যমন্ত্ৰী মহোদয়ে আজি ফেচবুক লাইভ যোগে ঘোষণা কৰে।
❤3
Q. Who was the first chief British ruler of Assam?
📚. অসমৰ প্ৰথমজন মুখ্য ইংৰাজ শাসক কোন আছিল?
📚. অসমৰ প্ৰথমজন মুখ্য ইংৰাজ শাসক কোন আছিল?
Anonymous Quiz
37%
(A) David Scott / ডেভিড স্কত
43%
(B) Lord William Bending / লর্ড উইলিয়াম বেন্ডিং
14%
(C) Lord Delhousie / লর্ড ডেলহাউচি
5%
(D) Vasco da Gama / ভাস্কো দা গমা
👍1🥰1
Q. What was the first capital of the Chutia Kingdom?
📚. চুতীয়া ৰাজবংশৰ প্ৰথম ৰাজধানী কি আছিল?
📚. চুতীয়া ৰাজবংশৰ প্ৰথম ৰাজধানী কি আছিল?
Anonymous Quiz
48%
A) Maibang / মাইবং
9%
B) Hajo / হাজো
34%
C) Swarnagiri / স্বৰ্ণগিৰি
9%
D) Jorhat / যোৰহাট
👍1
Q. How many were the capitals of the Ahom?
📚. আহোমৰ ৰাজধানী কেইখন আছিল?
📚. আহোমৰ ৰাজধানী কেইখন আছিল?
Anonymous Quiz
35%
A) 4
35%
B) 6
19%
C) 5
10%
D) 7
👍1
Q. Who composed the song "O Mor Aaponar Dekh"
📚. "অ মোৰ আপোনাৰ দেশ" গীতটো কোনে ৰচনা কৰিছিল?
📚. "অ মোৰ আপোনাৰ দেশ" গীতটো কোনে ৰচনা কৰিছিল?
Anonymous Quiz
5%
A) Chandra Kumar Agrawal / চন্দ্ৰকুমাৰ আগৰৱালা
12%
B) Jyoti Prakhad Agrawal / জ্যোতিপ্রখাদ আগৰৱালা
14%
C) Rabindranath Tagore / ৰবীন্দ্ৰ নাথ ঠাকুৰ
68%
D) Laxminath Bezbaruah / লক্ষ্মীনাথ বেজবৰুৱা
✍1👍1
Q. The Mundra Port, India’s largest private port, is located in:
📚. ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বন্দৰ মুন্দ্ৰা বন্দৰটো নিম্নোক্ত স্থানত অৱস্থিত:
📚. ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বন্দৰ মুন্দ্ৰা বন্দৰটো নিম্নোক্ত স্থানত অৱস্থিত:
Anonymous Quiz
20%
A) Andhra Pradesh / অন্ধ্ৰ প্ৰদেশ
39%
B) Maharashtra / মহাৰাষ্ট্ৰ
31%
C) Gujarat / গুজৰাট
11%
D) Tamil Nadu / তামিলনাডু
👍1
📚. এটা মূল্য প্ৰথমে 10% আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হয়। নিকা শতাংশ বৃদ্ধি কিমান?
Anonymous Quiz
11%
(A) 31
35%
(B) 33
32%
(C) 32
23%
(D) 30
👍1
Q. Patna is situated on the bank of which river?
📚. পাটনা কোনখন নদীৰ পাৰত অৱস্থিত?
📚. পাটনা কোনখন নদীৰ পাৰত অৱস্থিত?
Anonymous Quiz
28%
(A) Yamuna / যমুনা
44%
(B) Ganges / গংগা
21%
(C) Narmada / নৰ্মদা
7%
(D) Sutlej / ছাটলেজ
👍1
Q. Lala Lajpat Rai's death is related to which of the following incident?
📚. লালা লাজপত ৰায়ৰ মৃত্যু তলৰ কোনটো ঘটনাৰ লগত জড়িত?
📚. লালা লাজপত ৰায়ৰ মৃত্যু তলৰ কোনটো ঘটনাৰ লগত জড়িত?
Anonymous Quiz
24%
(A) Chora theft scandal / চোৰা চুৰি কেলেংকাৰী
44%
(B) Simon Commission / চাইমন কমিচন
27%
(C) Non - Cooperation Movement / অ - সহযোগিতা আন্দোলন
5%
(D) None of these / এইবোৰৰ কোনোটোৱেই নহয়
❤🔥1👍1
Q. Which of the following is not correct?
📚. তলৰ কোনটো শুদ্ধ নহয়?
📚. তলৰ কোনটো শুদ্ধ নহয়?
Anonymous Quiz
9%
Kaziranga National park - Assam / কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - অসম
26%
Jim Corbett - Uttarakhand / জিম কৰবেট - উত্তৰাখণ্ড
21%
Tehri Dam - Uttarakhand / তেহৰী বান্ধ - উত্তৰাখণ্ড
44%
Hirakud - Madhya Pradesh / হিৰাকুড - মধ্য প্ৰদেশ
❤1👍1🥰1
Q. Who was the ruler of India at the time of the arrival of the East India Company?
📚. ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ সময়ত ভাৰতৰ শাসক কোন আছিল?
📚. ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ সময়ত ভাৰতৰ শাসক কোন আছিল?
Anonymous Quiz
36%
(A) Aurangzeb / ঔৰংজেব
19%
(B) Humayun / হুমায়ুন
36%
(C) Jahangir / জাহাংগীৰ
9%
(D) Shahjahan / শ্বাহজাহান
👍1
Q. Who was the first black president of South Africa?
📚. দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি কোন আছিল?
📚. দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি কোন আছিল?
Anonymous Quiz
12%
(A) Napoleon Bonaparte / নেপোলিয়ন বোনাপাৰ্ট
73%
(B) Nelson Mandela / নেলছন মেণ্ডেলা
13%
(C) Johannesburg / জোহান্সবাৰ্গ
3%
(D) None of these / এইবোৰৰ কোনোটোৱেই নহয়
👍1🔥1
Q. What is the capital of Andaman and Nicobar Islands?
📚. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি?
📚. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি?
Anonymous Quiz
5%
A) Imphal / ইম্ফল
81%
B) Port Blair / প'ৰ্ট ব্লেয়াৰ
12%
C) Aizawl / আইজল
1%
D) Shimla / শিমলা
👍1🥰1
Q. Which is the holy book of Sikhs?
📚. শিখসকলৰ পবিত্ৰ পুথি কোনখন?
📚. শিখসকলৰ পবিত্ৰ পুথি কোনখন?
Anonymous Quiz
3%
(A) Ramayana / ৰামায়ণ
79%
(B) Guru Granth Sahib / গুৰু গ্ৰন্থ চাহিব
3%
(C) Mahabharata / মহাভাৰত
14%
(D) The Bible / বাইবেল
👍1🥰1
Q. What was the name of the rover of Chandrayaan - 2?
📚. চন্দ্ৰযান -2 ৰ ৰভাৰখনৰ নাম কি আছিল?
📚. চন্দ্ৰযান -2 ৰ ৰভাৰখনৰ নাম কি আছিল?
Anonymous Quiz
42%
(A) Pragyan / প্ৰজ্ঞান
14%
(B) Vyommitra / ব্যোমমিত্ৰ
41%
(C) Vikram / বিক্ৰম
4%
(D) Orbiter / অৰ্বিটাৰ
👍1🥰1
Q. Yamuna River is the tributary of which of the following river?
📚. যমুনা নদী তলৰ কোনখন নদীৰ উপনৈ?
📚. যমুনা নদী তলৰ কোনখন নদীৰ উপনৈ?
Anonymous Quiz
16%
(A) Indus River / সিন্ধু নদী
15%
(B) Brahmaputra River / ব্ৰহ্মপুত্ৰ নদী
58%
(C) Ganga River / গংগা নদী
11%
(D) Godavari River / গোদাবৰী নদী
👍1
Q. Modhera Sun Temple is situated at:
📚. মধেৰা সূৰ্য্য মন্দিৰ অৱস্থিত:
📚. মধেৰা সূৰ্য্য মন্দিৰ অৱস্থিত:
Anonymous Quiz
13%
A) Jharkhand / ঝাৰখণ্ড
44%
B) Madhya Pradesh / মধ্য প্ৰদেশ
17%
C) Gujarat / গুজৰাট
26%
D) Odisha / ওড়িশা
❤🔥3👍3❤1