NOTEBOOK ASSAMESE
2.6K subscribers
272 photos
1 video
159 files
6 links
Download Telegram
Q. ‘Rani ki vav’ motif is present on which of the following currency notes?

📚. তলৰ কোনটো মুদ্ৰাৰ নোটত ‘ৰাণী কি ভাভ’ মটিফ আছে?
Anonymous Quiz
10%
A) 50 Rupee Note / ৫০ টকীয়া নোট
18%
B) 10 Rupee Note / ১০ টকীয়া নোট
16%
C) 200 Rupee Note / ২০০ টকীয়া নোট
56%
D) 100 Rupee Note / ১০০ টকীয়া নোট
👍1
Q. Which motif appears in the new currency note of INR 200?

📚. ২০০ টকাৰ নতুন মুদ্ৰা নোটত কোনটো মটিফ দেখা যায়?
Anonymous Quiz
16%
A) Sun Temple / সূৰ্য্য মন্দিৰ
26%
B) Rani ki Vav / ৰাণী কি বাভ
15%
C) Red Fort / ৰেত ফুট
42%
D) Sanchi Stupa / সাঁচি স্তুপ
2👍1
Q. The new Rs. 500 currency note of India has the motif of which among the following on the reverse side?

📚. ভাৰতৰ নতুন ৫০০ টকা মুদ্ৰাৰ নোটত তলৰ ফালে কোনটোৰ মটিফ আছে?
Anonymous Quiz
43%
(A) Red Fort / ৰেত ফুট
31%
(B) Parliament House / সংসদ ভৱন
17%
(C) Gandhi Sagar Dam / গান্ধীসাগৰ বান্ধ
9%
(D) Swachh Bharat Logo / স্বচ্ছ ভাৰতৰ ল’গ’
1👍1
Forwarded from Assam Gyankosh (Abhijit Gogoi)
Media is too big
VIEW IN TELEGRAM
💥 নৱেম্বৰ মাহৰ ভিতৰতেই অসম আৰক্ষীৰ নিযুক্তি প্ৰদান কৰা হব। নিযুক্তি প্ৰদানৰ পিছদিনাই অসম আৰক্ষীত নতুনকৈ 4000 পদৰ আবেদন প্ৰকাশ পাব : মুখ্যমন্ত্ৰী মহোদয়ে আজি ফেচবুক লাইভ যোগে ঘোষণা কৰে।
3
👍1🥰1
Q. What was the first capital of the Chutia Kingdom?

📚. চুতীয়া ৰাজবংশৰ প্ৰথম ৰাজধানী কি আছিল?
Anonymous Quiz
48%
A) Maibang / মাইবং
9%
B) Hajo / হাজো
34%
C) Swarnagiri / স্বৰ্ণগিৰি
9%
D) Jorhat / যোৰহাট
👍1
Q. How many were the capitals of the Ahom?

📚. আহোমৰ ৰাজধানী কেইখন আছিল?
Anonymous Quiz
35%
A) 4
35%
B) 6
19%
C) 5
10%
D) 7
👍1
Q. The Mundra Port, India’s largest private port, is located in:

📚. ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বন্দৰ মুন্দ্ৰা বন্দৰটো নিম্নোক্ত স্থানত অৱস্থিত:
Anonymous Quiz
20%
A) Andhra Pradesh / অন্ধ্ৰ প্ৰদেশ
39%
B) Maharashtra / মহাৰাষ্ট্ৰ
31%
C) Gujarat / গুজৰাট
11%
D) Tamil Nadu / তামিলনাডু
👍1
📚. এটা মূল্য প্ৰথমে 10% আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হয়। নিকা শতাংশ বৃদ্ধি কিমান?
Anonymous Quiz
11%
(A) 31
35%
(B) 33
32%
(C) 32
23%
(D) 30
👍1
Q. Patna is situated on the bank of which river?

📚. পাটনা কোনখন নদীৰ পাৰত অৱস্থিত?
Anonymous Quiz
28%
(A) Yamuna / যমুনা
44%
(B) Ganges / গংগা
21%
(C) Narmada / নৰ্মদা
7%
(D) Sutlej / ছাটলেজ
👍1
Q. Lala Lajpat Rai's death is related to which of the following incident?

📚. লালা লাজপত ৰায়ৰ মৃত্যু তলৰ কোনটো ঘটনাৰ লগত জড়িত?
Anonymous Quiz
24%
(A) Chora theft scandal / চোৰা চুৰি কেলেংকাৰী
44%
(B) Simon Commission / চাইমন কমিচন
27%
(C) Non - Cooperation Movement / অ - সহযোগিতা আন্দোলন
5%
(D) None of these / এইবোৰৰ কোনোটোৱেই নহয়
❤‍🔥1👍1
Q. Who was the ruler of India at the time of the arrival of the East India Company?

📚. ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ সময়ত ভাৰতৰ শাসক কোন আছিল?
Anonymous Quiz
36%
(A) Aurangzeb / ঔৰংজেব
19%
(B) Humayun / হুমায়ুন
36%
(C) Jahangir / জাহাংগীৰ
9%
(D) Shahjahan / শ্বাহজাহান
👍1
Q. Who was the first black president of South Africa?

📚. দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি কোন আছিল?
Anonymous Quiz
12%
(A) Napoleon Bonaparte / নেপোলিয়ন বোনাপাৰ্ট
73%
(B) Nelson Mandela / নেলছন মেণ্ডেলা
13%
(C) Johannesburg / জোহান্সবাৰ্গ
3%
(D) None of these / এইবোৰৰ কোনোটোৱেই নহয়
👍1🔥1
Q. What is the capital of Andaman and Nicobar Islands?

📚. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি?
Anonymous Quiz
5%
A) Imphal / ইম্ফল
81%
B) Port Blair / প'ৰ্ট ব্লেয়াৰ
12%
C) Aizawl / আইজল
1%
D) Shimla / শিমলা
👍1🥰1
👍1🥰1