চাকৰিৰ খবৰ
449 subscribers
100 photos
60 files
1.6K links
চাকৰিৰ খবৰ সদায় পাবলৈ Google ত চাৰ্ছ কৰক www.nerjobnews.com
Download Telegram
*নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ছাত্ৰ-ছাত্ৰীসকলে ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে আৱেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ১৬ ছেপ্টেম্বৰ।*

https://nerjobnews.com/assam-navodaya-admission/
*অসম সচিবালয়ত ষ্টেন’গ্ৰাফাৰৰ ৩৬টা পদত নিযুক্তি। অহা ১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া। অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ৩ অক্টোবৰ।*

👇👇👇👇
https://nerjobnews.com/assam-secretariat-stenographer-recruitment/
*ITBP ত কনিষ্টবলৰ 819টা পদৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছ। অৰ্হতা দশম শ্রেণী উত্তীৰ্ণ হব লাগিব। আবেদনৰ অন্তিম তাৰিখ 1 অক্টোবৰ।*

👇👇👇👇
https://nerjobnews.com/itbp-constable-recruitment/
*অসম সচিবালয়ত ষ্টেন’গ্ৰাফাৰৰ ৩৬টা পদত নিযুক্তি। আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। অনলাইন আবেদন জমা দিয়াৰ অন্তিম তাৰিখ ৩ অক্টোবৰ।*

https://nerjobnews.com/assam-secretariat-stenographer-recruitment/
*ভাৰতীয় ৰে'লত NTPCৰ দ্বাদশ আৰু স্নাতক পৰ্যায়ৰ 11558টা পদৰ নিযুক্তি। কাইলৈৰ পৰা আৰম্ভ হ’ব স্নাতক পৰ্যায়ৰ অনলাইন আবেদন প্ৰক্ৰিয়া। আৱেদন দাখিলৰ অন্তিম তাৰিখ ১৩ অক্টোবৰ।*

https://nerjobnews.com/rrb-ntpc-recruitment/
*Assam Direct Recruitment Admit Card 2024 – Grade 3 12600 Posts*

*অহা ২৯ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ADRE Degree আৰু Driver পদৰ পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰকাশৰ তাৰিখ ঘোষণা*

https://nerjobnews.com/assam-direct-recruitment-admit-card-2/
*ভাৰতীয় ৰে'লত NTPCৰ দ্বাদশ আৰু স্নাতক পৰ্যায়ৰ 11558টা পদৰ নিযুক্তি। স্নাতক পৰ্যায়ৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৱেদন দাখিলৰ অন্তিম তাৰিখ ১৩ অক্টোবৰ।*

https://nerjobnews.com/rrb-ntpc-recruitment/
*SLRC য়ে প্ৰকাশ কৰিছে ADRE Grade-III ৰ সৰ্বমুঠ খালী পদৰ তালিকা। Vacancy List ৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক।*

https://nerjobnews.com/assam-direct-recruitment/
কাইলৈ অনুষ্ঠিত হ'ব লগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
অহা ২৯ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ADRE পৰীক্ষাৰ Admit Card আজি ৰাতিপুৱা ১১ বজাত প্ৰকাশ কৰা হব। ADRE Degree আৰু Driver পদৰ প্ৰাৰ্থীসকলে তলত দিয়া লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

https://nerjobnews.com/assam-direct-recruitment-admit-card-2/
*অহা ২৯ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ADRE পৰীক্ষাৰ Admit Card মুকলি হৈছে। ADRE Degree আৰু Driver পদৰ প্ৰাৰ্থীসকলে তলত দিয়া লিংকৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।*

https://nerjobnews.com/assam-direct-recruitment-admit-card-2/
*SSC Constable (GD) ৰ প্ৰায় ৩৯,৪৮১ পদৰ নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া চলি হৈছে। দশম শ্ৰেণী উতীৰ্ণ প্ৰাৰ্থীয়ে অনলাইন আবেদন দাখিল কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ।*
👇👇👇👇
https://nerjobnews.com/ssc-constable-recruitment/
*প্ৰকাশ পাইছে অসম আৰক্ষীৰ PST/PET পৰীক্ষাৰ আনুষ্ঠানিক অধিসূচনা। অহা ২৩ ছেপ্টেম্বৰৰ পৰা অসম আৰক্ষীৰ এডমিট কাৰ্ড উপলব্ধ হ’ব। অধিক জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক।*

👇👇👇
https://nerjobnews.com/assam-police-admit-card/
*The Admit Cards for Physical Standard Test (PST) & Physical Efficiency Test (PET) for Constable posts under Assam Police released.*

*অসম পুলিচৰ কনিস্টবল পদৰ PST/ PET ৰ বাবে এডমিট কাৰ্ড প্ৰকাশ পালে।*

Download here: https://nerjobnews.com/assam-police-admit-card/