Assam Direct Recruitment (Preparation for ADRE 2.0)
7.67K subscribers
85 photos
3 videos
30 files
499 links
www.AssamDirectRecruitment.com
Download Assam Direct Recruitment Syllabus 2022 from this page. The Grade IV and Grade III recruitment syllabi are available here.

The Commission of Assam Direct Recruitment 2022 the selection process of class IV posts.
Download Telegram
অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য

১/ আমচাং বন্যপ্ৰাণী অভয়াৰণ্য → কামৰূপ মেট্ৰ'

2. ভেৰজন-বৰাজন-পডুমনি বন্যপ্ৰাণী অভয়াৰণ্য → তিনিচুকীয়া

৩) বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য → কাছাৰ আৰু ডিমা হাছাও

৪) বৰনাদী বন্যপ্ৰাণী অভয়াৰণ্য → উদালগুৰি (১৯৮০)

৫) বুৰা চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য → শোণিতপুৰ

৬) চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য → ধুবুৰী আৰু কোকৰাঝাৰ

৭) দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য → জালুকবাৰী (১৯৮৯)

৮) পূব কাৰ্বি-আংলং বন্যপ্ৰাণী অভয়াৰণ্য → কাৰ্বি আংলং

৯) গৰাম্পানী বন্যপ্ৰাণী অভয়াৰণ্য → কাৰ্বি আংলং

১০) হুলোঙাপাৰ গিবন অভয়াৰণ্য → যোৰহাট (১৯৯৭)

১১) লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য → নগাঁও

১২) মাৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য → কাৰ্বি আংলং

১৩) নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য → কাৰ্বি আংলং

১৪) নামবৰ-দয়গ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্য → গোলাঘাট

১৫) পানীডিহিং চৰাই অভয়াৰণ্য → শিৱসাগৰ

১৬) পবিতোৰা বন্যপ্ৰাণী অভয়াৰণ্য → মৰিগাঁও (১৯৮৭)

১৭) সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য → শোণিতপুৰ (১৯৯৮)


প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য:-

1. 🦜উত্তৰ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য → কাৰ্বি আংলং

2. 🦜বৰদৈবাম বিলমুখ চৰাই বন্যপ্ৰাণী অভয়াৰণ্য → লখিমপুৰ
We are hiring one content writer ( part time, 2-3 hours per day) for our website.
Requirements: 1. English writing.
2. Computer knowledge.
3. Own computer/ laptop

Interested candidate can contact us.
ajobinassam@gmail.com